ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - top 10

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 3 pm
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Dec 20, 2020, 3:03 PM IST

জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানৰ লগতে সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰাংগনত এক স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰা হয় ।

হাথৰস কাণ্ড: ধৰ্ষিতাৰ পৰিয়ালে এৰিব খোজে বাসগৃহ

হাথৰস কাণ্ডৰ ভুক্তভোগীৰ পৰিয়ালে বৰ্তমান বাস কৰা গাঁও এৰি অন্য স্থানত বাস কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷ ধৰ্ষিতাৰ পক্ষৰ অধিবক্তা সীমা কুশৱাহাই স্থানীয় এক টেলিভিছন চেনেলৰ আগত এই বিষয়ে সদৰী কৰি কয় যে, পৰিয়ালটোৱে গোচৰ চলি থকাৰ বাবে দিল্লীত বাস কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷

অজন্তা নেওগৰ বিজেপি গমনক লৈ উত্তপ্ত কংগ্ৰেছ-বিজেপিৰ আভ্যন্তৰীণ ৰাজনীতি

কংগ্ৰেছে যিদৰে অজন্তা নেওগক বিশ্বাসঘাতক, প্ৰতাৰক আদি বুলি আখ্যা দিছে, সেইদৰে বিজেপিৰো বহুসংখ্যক তৃণমূল নেতা-কৰ্মীয়ে অজন্তা নেওগৰ বিজেপিত যোগদানৰ তীব্ৰ বিৰোধিতা কৰিছে । কিন্তু ইয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থকা অজন্তা নেওগে আগন্তুক 26 ডিচেম্বৰত অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কৰিবলৈ প্ৰস্তুত হৈছে ৷

Covaxineৰ চূড়ান্ত পৰ্যায়ৰ মানৱ পৰীক্ষণৰ বাবে স্বেচ্ছাসেৱী লাভত ব্যৰ্থ AIIMS

Covaxine ক লৈ দেশজুৰি চলি থকা উৎসুকতাৰ মাজতে কোনো ব্যক্তিয়ে স্বেচ্ছাই এই ভেকচিন গ্ৰহণৰ বাবে আগবাঢ়ি অহা নাই ৷ কাৰণ তেওঁলোকে ভাৱে যে, অতিশীঘ্ৰে পৰীক্ষণমূলক ভেকচিন ৰাইজৰ মাজত উপলব্ধ হ’ব ৷

বগীনদীত দ্বিতীয়খন পকী দলং নিৰ্মানৰ জৰীপ আৰম্ভ

বজাৰত ব্যৱসায় কৰি কোনোমতে পৰিয়াল পোহপাল দি থকা সাধাৰণ ক্ষুদ্ৰ ব্যৱসায়ীসকলে উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক দাবী জনায় ।

বিজেপিত যোগদান কৰিলে ৰকিবুল হুছেইনে পাব বুথ সভাপতিৰ দায়িত্ব !

বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়াৰ বিস্ফোৰক মন্তব্য ৷ ৰকিবুল হুছেইনে বিজেপিত যোগদান কৰিলে তেওঁক বুথ সভাপতিৰ দায়িত্ব দিয়া হ’ব বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

অজন্তা নেওগৰ বিজেপি লৈ গমনৰ খবৰৰ পাচতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট

কংগ্ৰেছী নেত্ৰী অজন্তা নেওগ বিজেপি লৈ গমনৰ খবৰৰ পাছতে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট ৷ অজন্তা নেওগে গোলাঘাটৰ এৰেঙ্গাপাৰাৰ নিজা বাসগৃহত পৃথকে পৃথকে সমষ্টিবাসীৰ লগত অনুষ্ঠিত কৰিছে আলোচনা সভা ৷

খৰিচাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰচেষ্টা কলিয়াবৰৰ দুই ছাত্ৰীৰ

অমেৰিকাত অনুষ্ঠিত হ’বলগীয়া ‘ইন্টাৰনেশ্যনেল চায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিং ফেয়াৰ’ত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে কলিয়াবৰৰ দুই ছাত্ৰী স্বস্তিকা গগৈ আৰু ভাগ্যশ্ৰী বৰা ৷

দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধিঃ ৩.৪ ডিগ্ৰী ছেলছিয়াছলৈ নামিল পাৰাস্তম্ভ

দিল্লীত বছৰৰ সৰ্বাধিক শীতৰ পুৱাৰ অভিলেখ । ৰবিবাৰে চহৰখনত সৰ্বনিম্ন তাপমাত্ৰা ৩.৪ ডিগ্ৰী ছেলছিয়াছ । লোডী পশ্চিম হিমালয়ৰ পৰা অহা শীতল বতাহ প্ৰৱেশ কৰাৰ বাবে দেশৰ ৰাজধানী চহৰখনৰ লোধী ৰোডত পাৰাস্তম্ভ অৱনমিত হ'ল ৩.৩ ডিগ্ৰী ছেলছিয়াছলৈ ।

‘মিৰ্চী লগী তোহ’ গীতটিৰ টিজাৰেৰে অনুৰাগীক প্ৰৰোচনা চাৰা আলী খানৰ

ইনষ্টাগ্ৰামযোগে বহু প্ৰত্যাশিত ছবি 'Coolie No. 1.'ৰ ‘মিৰ্চী লগী তোহ’ গীতটিৰ এটি টিজাৰ শ্বেয়াৰ কৰি অনুৰাগীসকলক প্ৰৰোচনা কৰে চাৰা আলী খানে ৷ খ্ৰীষ্টমাচৰ দিনা অৰ্থাৎ 25 ডিচেম্বৰত মুক্তিলাভ কৰিব ছবিখন ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.