ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-11-am
11 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Feb 22, 2022, 11:01 AM IST

Illegal Cattle Smuggling: জখলাবন্ধা আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি বাহন

ৰাজ্যত পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো তেনেই পুৰণি ৷ আৰক্ষীয়ে যিমানে এই অবৈধ সৰবৰাহ বন্ধ কৰিবৰ বাবে চেষ্টা নকৰক কিয়, এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে প্ৰতিদিনে কৌশল সলনি কৰি আহিছে ৷

Businessman shot dead in Guwahati: মহানগৰীত আততায়ীৰ গুলীচালনাত ব্যৱসায়ীৰ মৃত্যু

মহানগৰীত শেহতীয়াভাৱে বৃদ্ধি পাইছে অপৰাধৰ ঘটনা । গুৱাহাটীৰ বৰবাৰীত সোমবাৰৰ পুৱা এজন ব্যৱসায়ীক ছুৰীকাঘাট কৰাৰ চাঞ্চল্য মাৰ নৌযাওতেই নিশা মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ গুলী চালনাৰ ঘটনা (Businessman shot dead in Guwahati) ৷

Road accident in Barpeta: সৰভোগত ভয়ংকৰ দুৰ্ঘটনা, বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে দুজনে

বৰপেটাৰ সৰভোগত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Barpeta) ৷ দুৰ্ঘটনাটোত দুজন লোক থিতাতে নিহত ৷ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখন ৷

Nani Gopal Mahanta on English medium Adarsh ​​Vidyalaya: অসমীয়া কৃষ্টি-সংস্কৃতিৰ বাবে ভাবুকি নহয় ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়

সোমবাৰে মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ড৹ ননী গোপাল মহন্তই পৰিদৰ্শন কৰিলে বৰপেটাৰ তিনিখনকৈ আদৰ্শ বিদ্যালয় (Nani Gopal Mahanta in Barpeta visited three model schools) ৷

আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা : সকলো পদতে বিজয়ী আছু সমৰ্থিত প্ৰাৰ্থী

আছুৰ দখলত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ মুঠ পোন্ধৰটা পদ (AASU wins student body election in Kaliabar college) ৷ সোমবাৰে ঘোষিত ছাত্ৰ একতা সভা নিৰ্বাচনী ফলাফলত আছু সমৰ্থিত প্ৰাৰ্থীৰ জয়।

Delimitation of constituencies: সমষ্টি পুনৰ নিৰ্ধাৰণত মুখ্যমন্ত্ৰীৰ তৎপৰতা

এখোজ আগুৱালে দুখোজ পিছুৱাইছে ৰাজ্য়ত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া (Delimitation of constituency) ৷ ইয়াৰ মাজতে বিষয়টোক লৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি আখ্যা সাংসদ অজিত কুমাৰ ভূঞাৰ

"হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি " এইদৰে সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত আঞ্চলিক গণ মৰ্চাই অনুষ্ঠিত কৰা সংবাদমেলত সাংসদ অজিত কুমাৰ ভূঞাই মন্তব্য কৰে ( Anchalik Gana Morcha organize press conference ) ।

আপোনাৰ গাড়ীখন অচিনাকী কোম্পেনীক ভাড়ালৈ দিয়ে নেকি ?

সাৱধান ! পুনৰ সক্ৰিয় হৈছে গাড়ী চুৰি চক্ৰ (Car lifter racket in Assam) ৷ প্ৰথমে গাড়ী ভাড়া কৰি আপোনাক আদায় দিব কেবামাহৰ আগধন তাৰ পিছতে আৰম্ভ হ’ব প্ৰকৃত নাটক ৷ সবিশেষ জানো আহক ৷

ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰোৱাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে

পৌৰসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় দলৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ ভয়-ভাবুকিৰে বিৰোধী দলৰ প্ৰাৰ্থীক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে (BJP accused of threatening candidates to withdraw nomination) ৷

ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰীৰ বিৰুদ্ধে Enforcement Directorate ৰ তদন্ত

ত্ৰিপুৰাৰ প্ৰাক্তন পিডব্লিউডি মন্ত্ৰী তথা বিৰোধী দলৰ উপনেতা চিপিআইএমৰ বাদল চৌধুৰীৰ সৈতে একাধিক শীৰ্ষ বিষয়াৰ ওপৰত এনফোৰ্চমেন্ট ডাইৰক্টৰেটে আৰম্ভ কৰিছে money laundering গোচৰৰ তদন্ত (ED begins probe against former Tripura Minister ) ৷ তদন্ত প্ৰক্ৰিয়াৰ আওতালৈ অনা হৈছে অভিযুক্তসকলৰ পত্নীসকলকো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.