ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ বাতৰিসমূহ

author img

By

Published : Oct 6, 2020, 10:59 AM IST

পুৱা 11 বজাৰ শীৰ্ষ বাতৰিসমূহ

Top 10 at 11 am
পুৱা 11 বজাৰ শীৰ্ষ বাতৰিসমূহ

ৰাজ্যৰ ভূমিহীন লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদান

ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ বিতৰণ কৰা হয় ৷ খিলঞ্জীয় লোকৰ স্বাস্থ সুৰক্ষিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকক প্ৰদান কৰা হয় মাটিৰ পট্টা ৷

কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত ক’লা ব্যৱসায় !

কলগাছিয়াৰ মইনবড়ীত উদ্ধাৰ 480 বেগ চোৰাং চাউল ৷ কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি দাসৰ জ্ঞাতসাৰে কলগাছিয়াত চাউল আৰু তেলৰ ক’লা ব্যৱসায় চলা বুলি অভিযোগ উত্তেজিত ৰাইজৰ ৷

ৰাইজ মেললৈ কিয় নাহিল আলোচনাপন্থী নেতা জিতেন দত্ত ?

যোৱা সময়চোৱাত সামাজিক মাধ্যমত উত্থাপিত জিতেন দত্তৰ বিতৰ্কক লৈ সোমবাৰে অনুষ্ঠিত হ'ল ৰাইজ মেল । প্ৰতিকূল বতৰকো নেওচি ঐতিহাসিক কাকপথাৰ খেল পথাৰত গোট খালে শ-শ লোক । কিন্তু ইয়াৰ পাচতো ৰাইজমেলত উপস্থিত নহ'ল আলফা নেতা জিতেন দত্ত ৷

জোনাইত শিক্ষক সন্থাৰ দুঘণ্টীয়া ধৰ্মঘট কাৰ্য্যসূচী

মুৰ্কংচেলেক খণ্ড শিক্ষা কাৰ্যালয়ত পুবা ১১ বজাৰ পৰা ১ বজালৈ জোনাই মহকুমাৰ শতাধিক শিক্ষকে হাতে হাতে প্লেকাৰ্ড লৈ তেঁওলোকৰ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে মৰিগাঁৱত সমদল

মূল্যবৃদ্ধি ৰোধত বিফলতাৰ অভিযোগেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল মৰিগাঁও জিলা নিৰ্মাণ শ্ৰমিক পৰিষদৰ সদস্য সকলে ৷ প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷

ৰাজনীতিলৈ সাংবাদিকঃ ভোট যুদ্ধত নমাৰ মন কেইবাজনৰো

ৰাজনীতি আৰু সাংবাদিক । এই সম্পৰ্কটো বা এই ৰসায়নটো বহু পুৰণি । দীৰ্ঘসময় সাংবাদিকতা কৰাৰ অন্তত ৰাজনীতিত যোগ দি ভিন ভিন দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা সাংবাদিকৰ সংখ্যা ভাৰতবৰ্ষক যথেষ্ঠ । এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই অসমো ।

কাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !

ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল শেষ হোৱাৰ পথত । ৩১ অক্টোবৰত মুখ্য সচিবগৰাকীয়ে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব যদিও পুনৰ ছমাহৰ বাবে তেওঁৰ কাৰ্যকাল ৰাজ্য চৰকাৰে বৃদ্ধি কৰাটো প্ৰায় চূড়ান্ত হৈছে ।

ডকমকা ডাইনী কাণ্ড সন্দৰ্ভত পুনৰ ৯ জনক গ্ৰেপ্তাৰ

৩০ ছেপ্টেম্বৰত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত ৰহিমাপুৰত সংঘটিত হোৱা ডাইনী কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে পুনৰ ৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এই ৯ জনৰ লগতে বৰ্তমানলৈকে মুঠ ১৮ জন অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

কৰিমগঞ্জত হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰিলে ইছলাম ধৰ্মৰ লোকে

কৰিমগঞ্জত সম্প্ৰতিৰ অনন্য নিদৰ্শন ৷ হিন্দু লোকৰ শেষকৃত্য সম্পন্ন কৰিলে ইছলাম ধৰ্মৰ লোকে ৷ ধৰ্মীয় সংঘাতৰ মাজতে সমাজলৈ আদৰ্শনীয় বাৰ্তা দাঙি ধৰিলে ইছলাম ধৰ্মৰ লোককেইজনে ৷

'U-turn'ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰক ডা০ সুধীৰ গুপ্তাই: সুশান্তৰ ভগ্নী

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক প্ৰথমে হত্যা বুলি কৈ মৰণোত্তৰ পৰীক্ষাক লৈ প্ৰশ্ন উত্থাপন। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পুনৰীক্ষণৰ দায়িত্ব লাভৰ পিছতে লুটিবাগৰ AIIMSৰ ফৰেনচিক বিশেষজ্ঞ সুধীৰ গুপ্তাৰ। সংবাদ মাধ্যমত পূৰ্বৰ অভিযোগ সম্বলিত ভিডিঅ' সম্প্ৰচাৰৰ পিছতে চিকিত্সকগৰাকীৰ স্থিতি সম্পৰ্কে প্ৰতিক্ৰিয়া কৰিবলৈ আহ্বান সুশান্তৰ ভগ্নীৰ শ্বেতাৰ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.