ETV Bharat / state

শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত হোলীৰ ব্যাপক প্ৰস্তুতি - Festivals of Colours

ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত মাথো কেইটামান দিন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে হোলীৰ ৷ বস্ত্ৰ নগৰী শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে হোলী ৷

Sualkuchi Hatisatra Holi Celebrations RTU
ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰত হোলীৰ ব্যাপক প্ৰস্তুতি
author img

By

Published : Mar 6, 2020, 12:02 PM IST

Updated : Mar 6, 2020, 12:39 PM IST

কামৰূপ, 6 ফেব্ৰুৱাৰী : ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত কেইটামান দিন ৷ উখল মাখল হৈ পৰিছে বস্ত্ৰ নগৰী শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰ । দিনে নিশাই হাটী সত্ৰত চলিছে হোলী গীতৰ আখৰা । যুৱক-যুৱতী, কিশোৰ-কিশোৰী, মহিলা, সকলো সত্ৰলৈ ওলাই আহি ভাগ লৈছে হোলী গীতৰ আখৰাত । এইবেলিও হাটী সত্ৰত ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে দৌল মহোৎসৱ আয়োজন কৰা হৈছে । সত্ৰ প্ৰাংগণত চলিছে শোভা বৰ্ধনৰ কাম । বাঁহ ভঙা উৎসৱকে ধৰি বহু পৰম্পৰাগত খেল ধেমালি সাংস্কৃতিক অনুষ্ঠানেৰে সাজু হৈ উঠিছে বস্ত্ৰ নগৰী শুৱালকুছিৰ ঐতিহাসিক ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰ ৷

Last Updated : Mar 6, 2020, 12:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.