ETV Bharat / state

মনসা পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ আহি ব্ৰহ্মপুত্ৰত ছাত্ৰ নিখোজ

author img

By

Published : Nov 9, 2020, 10:11 PM IST

আমিনগাঁও আশ্ৰম ঘাটত অঘটন ৷ ব্ৰহ্মপুত্ৰত নিখোজ মনজিত দাস নামৰ 18 বছৰীয়া এগৰাকী ছাত্ৰ ৷ বৰ্তমানেও উদ্ধাৰ হোৱা নাই ছাত্ৰ গৰাকী ৷

মনসা পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ আহি ব্ৰহ্মপুত্ৰত ছাত্ৰ নিখোজ
মনসা পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ আহি ব্ৰহ্মপুত্ৰত ছাত্ৰ নিখোজ

কামৰূপ, 9 অক্টোবৰ: মনসা পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ আহি ব্ৰহ্মপুত্ৰত নিখোজ এগৰাকী ছাত্ৰ ৷ আমিনগাঁৱৰ আশ্ৰমঘাটত সংঘটিত হৈছে এই অঘটন ৷ মনসা পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ আহিয়ে মনজিত দাস নামৰ 18 বছৰীয়া ছাত্ৰ গৰাকী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ৷

মনসা পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ আহি ছাত্ৰগৰাকী ব্ৰহ্মপুত্ৰত নিখোজ হয়

বৰ্তমানেও নিখোজ মনজিতৰ ঘৰ আমিনগাঁৱৰ কালিবাৰীত বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত আমিনগাঁও আৰক্ষীৰ লগতে এচডিআৰএফ আৰু এনডিআৰএফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে ছাত্ৰ গৰাকীক উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ ছাত্ৰ গৰাকীক বৰ্তমানলৈও উদ্ধাৰ কৰিব নোৱাৰাক লৈ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:বাইহাটা চাৰিআলিত বেংক ডকাইতিঃ লুটি নিলে ৬.৪০ লাখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.