ETV Bharat / state

সমগ্ৰ ৰাজ্যতে পুৱতি নিশা ধুমুহাৰ তাণ্ডৱ

প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ ৷ ধুমুহাত কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ

author img

By

Published : Apr 17, 2019, 2:44 PM IST

সমগ্ৰ ৰাজ্যতে পুৱতি নিশা ধুমুহাৰ তাণ্ডৱ

কামৰূপ , 17 এপ্ৰিল : পুৱতি নিশা অহা এক প্ৰচণ্ড ধুমুহাই কঁপাই গ'ল সমগ্ৰ ৰাজ্য ৷ উত্তৰ গুৱাহাটীৰ কৃষ্ণ নগৰতো ধুমুহাৰ ধ্বংস লীলা পৰিলক্ষিত হয়৷ ৰঙালী বিহুৰ পাৰভঙা উৎসাহ উদ্দিপনাৰ মাজতে উত্তৰ গুৱাহাটীত নিশা পাৰ হৈ গ'ল এজাক প্ৰচণ্ড ধুমুহা ৷ নিশা অহা এই প্ৰচণ্ড ধুমুহাত উত্তৰ গুৱাহাটীৰ কৃষ্ণ নগৰত বিস্তৰ ক্ষতি সাধন হয় । ইপিনে গাৱঁবাসীয়ে জনোৱা অনুসৰি গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত ধুমুহাই উৰুৱাই নিয়াৰ লগতে ঘৰৰ ওপৰত এডাল প্ৰকাণ্ড গছ উভালি পৰে ৷ নিশা হঠাৎ অহা এই ধুমুহাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়াল কেইটাৰ ৷

সমগ্ৰ ৰাজ্যতে পুৱতি নিশা ধুমুহাৰ তাণ্ডৱ

আনহাতে গোলাঘাটতো বুধবাৰে পুৱা অহা বিধ্বংসী ধুমুহাত নগৰ খনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ ইপিনে নগৰৰ মাজমজিয়াত ধুমুহাৰ ফলত নগা বাংলা পথৰ কাষৰ এডাল প্ৰায় ষাঠিবছৰীয়া বৃহৎ আম গছ উভালি পথ বন্ধ হৈ পৰে ৷ তদুপৰি আম গছজোপা বিদ্যুতৰ তাঁৰৰ ওপৰত পৰাৰ ফলত নগৰৰ বিদ্যুৎ ব্যাহত হৈ পৰে ৷

*SLUG= NORTH GHY DHUMUHA*

*REPORTER= নিতোপম মেধি (NORTH GHY)

👉উত্তৰ গুৱাহাটীত নিশা ধুমুহাৰ তাণ্ডৱ ।
👉 প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ । 
👉নিশা ধুমুহাত কথমপি ৰক্ষা কেইটাও পৰিয়ালৰ । 
👉উত্তৰ গুৱাহাটীৰ কৃষ্ণ নগৰত ধুমুহাৰ ধ্বংস লীলা । 
👉বিচনাৰ তলত সোমাই প্ৰান ৰক্ষা পৰিয়ালৰ । 
👉অদ্যপিসধুমুহাত ক্ষতিগ্ৰস্থ পৰিয়ালৰ খবৰ লোৱা স্থানীয় প্ৰশাসনে । 

V.O= ৰঙালী বিহুৰ পাৰভঙা উৎসাহ উদ্দিপনাৰ মাজতে উত্তৰ গুৱাহাটীত নিশা পাৰ হে গ'ল এজাক প্ৰচণ্ড ধুমুহা । নিশা অহা এই প্ৰচণ্ড ধুমুহাত উত্তৰ গুৱাহাটীৰ কৃষ্ণ নগৰত বিস্তৰ ক্ষতি সাধন হয় । গাওঁখনৰ কেইবাটাও পৰিয়ালৰ ঘৰৰ টিনপাত ধুমুহাই উৰুৱাই নিয়াৰ লগতে ঘৰৰ ওপৰত উভালি প্ৰকাণ্ড প্ৰকাণ্ড গছ । নিশা হঠাৎ অহা এই ধুমুহাত কেইবাটাও পৰিয়াল কথমপি ৰক্ষা পৰে । ইফালে ধুমুহাত ক্ষতিগ্ৰস্থ পৰিয়াল সমূহৰ খৱৰ লোৱা জিলা প্ৰশাসনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.