ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি বিয়াগোম শিক্ষা বিভাগৰ - ELEMENTARY EDUCATION DEPARTMENT

শিক্ষা বৰ্ষৰ পাঁচ মাহ উকলি যোৱাৰ পিচতহে সম্পূৰ্ণকৈ যোগান ধৰিলে বিনামূলীয়া পাঠ্যপুথি । এই ঘটনা বাইহাটা চাৰিআলিৰ কমলপুৰৰ । বিগত পাচঁ মাহে কমলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণকৈ লাভ কৰা নাছিল বিনামূলীয়া পাঠ্যপুথি ।

ৰাজ্যৰ শিক্ষা বিভাগৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালী
author img

By

Published : May 27, 2019, 11:22 AM IST

বাইহাটা, 27 মে’: কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা সাৰ পালে ৰাজ্যৰ শিক্ষা বিভাগ । শিক্ষা বৰ্ষৰ পাচঁ মাহ উকলি যোৱাৰ পিচতহে সম্পূৰ্ণকৈ যোগান ধৰিলে বিনামূলীয়া পাঠ্যপুথিৰ । এই ঘটনা বাইহাটা চাৰিআলিৰ কমলপুৰৰ । বিগত পাচঁ মাহে কমলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণকৈ লাভ কৰা নাছিল বিনামূলীয়া পাঠ্যপুথি । ৰজাঘৰীয়াৰ হেমাহিৰ বাবে শিক্ষাবৰ্ষৰ মূল্যৱান পাঁচ মাহ নষ্ট হ'ল বহু কেইখন প্ৰথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ । বিনামূলীয়া পাঠ্যপুথি ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণকৈ নোপোৱাৰ ফলত বহু অসুবিধাৰ মাজেৰে শিক্ষাদান কৰিবলগীয়া হোৱা বুলি উল্লেখ কৰে শিক্ষকে ৷

ৰাজ্যৰ শিক্ষা বিভাগৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালী

লগতে পঢ়ক: নেহৰুলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

উল্লেখ্য যে, কমলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ গাণনিক গৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ অসুবিধা হোৱাৰ কথা স্বীকাৰ কৰে সংবাদ মাধ্যমৰ আগত। গাণনিক গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক পাঠ্যপুথি যোগান দিয়াৰ বাবে আবেদ-নিবেদন কৰা বুলিও উল্লেখ কৰে ৷

Intro:Baihata Student Text Book Problem

V/O:----কুম্ভকৰ্ন নিদ্ৰাৰ পৰা সাৰ পালে ৰাজ্যৰ শিক্ষা বিভাগ । শিক্ষা বৰ্ষৰ ৫ মাহ উকলি যোৱাৰ পিচতহে সম্পুৰ্ন যোগান ধৰিলে বিনামূলীয়া পাথ্যপুঠিৰ ।এই আজব ঘটনা বাইহাটা চাৰিআলিৰ কমলপুৰত । বিগত পাচ মাহে কমলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যলয়ৰ অন্তৰ্গত বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সম্পুৰ্নকৈ লাভ কৰা নাছিল বিনামূলীয়া পাথ্যপুঠি । ৰজাঘৰীয়াৰ হেমাহিৰ বাবে শিক্ষাবৰ্ষৰ মুল্যবান পাচ মাহ নষ্ট হ'ল বহু কেইখন প্ৰথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ । বিনামূলীয়া পাথ্যপুঠি ছাত্ৰ ছাত্ৰীয়ে সম্পুৰ্নকৈ নোপোৱাৰ ফলত বহু অসুবিধাৰ মাজেৰে শিক্ষাদান কৰিবলগীয়া হোৱা বুলি উল্লেখ কৰে এই সকল শিক্ষক শিক্ষয়ত্ৰীয়ে -----
Byte:------
V/O:----- কমলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যলয়ৰ গাননিক গৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ অসুবিধা হোৱাৰ কথা স্বীকাৰ কৰে । গাননিক গৰাকীয়ে বিভাগীয় কতৃপক্ষৰ লগত পাথ্যপুঠি যোগান দিয়াৰ বাবে জনোৱাৰ কথাও উল্লেখ কৰে ।
বাইট:-----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.