ETV Bharat / state

বিশেষ সক্ষমতাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 85 শতাংশ নম্বৰ লৈ উত্তীৰ্ণ আব্দুল

আব্দুল মজিদৰ দুয়োখন হাতে স্বাভাৱিক নহয় যদিও অতি কষ্টেৰে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰজন ৷ অৱশেষত কষ্টৰ ফলস্বৰূপে সুখ্যাতি অৰ্জন কৰে আব্দুলে । উল্লেখ্য যে, এগৰাকী চিকিৎসক হোৱাৰ হেঁপাহ পুহি ৰখা ছাত্ৰজনে পৰীক্ষাত কোনো লিখকৰ সহায় লোৱা নাছিল । দিন হাজিৰা কৰি ছাত্ৰগৰাকীক ভৰণ পোষণ দিয়া পিতৃ মাতৃৰ আশা এজন ভাল মানুহ হওঁক পুত্ৰ আব্দুল মজিদ ।

Abdul majid
বিশেষ সক্ষমতাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 85 শতাংশ নম্বৰ লৈ উত্তীৰ্ণ আব্দুল
author img

By

Published : Jun 6, 2020, 8:15 PM IST

কামৰূপ,6 জুনঃ আৰ্থিক দৈন্যতা অথবা শাৰিৰীক প্ৰতিবন্ধকতা কেতিয়াও সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে । এয়া যুগে যুগে প্ৰমাণ কৰি আহিছে এচাম কৃতিমানে । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ এয়া প্ৰমাণ কৰি দেখুৱালে কামৰূপ জিলাৰ চাংসাৰীৰ অতি দৰিদ্ৰ পৰিয়ালৰ দিব্যাংগ ছাত্ৰ আব্দুল মজিদে ৷ আজি ৮৫ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে আব্দুলে ।

বিশেষ সক্ষমতাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 85 শতাংশ নম্বৰ লৈ উত্তীৰ্ণ আব্দুল

লগতে পঢ়কঃ বাঘজান আশ্ৰয় শিবিৰত শদিয়াৰ বিধায়ক বলিন চেতিয়া

আব্দুল মজিদৰ দুয়োখন হাতে স্বাভাৱিক নহয় যদিও অতি কষ্টেৰে পৰীক্ষাত অবতীৰ্ণ হৈছিল ছাত্ৰজন ৷ অৱশেষত কষ্ঠৰ ফলস্বৰূপে সুখ্যাতি অৰ্জন কৰে আব্দুলে । উল্লেখ্য যে, এগৰাকী চিকিৎসক হোৱাৰ হেপাহ পুহি ৰখা ছাত্ৰজনে পৰীক্ষাত কোনো লিখকৰ সহায় লোৱা নাছিল । দিন হাজিৰা কৰি ছাত্ৰগৰাকীক ভৰণ পোষণ দিয়া পিতৃ মাতৃৰ আশা এজন ভাল মানুহ হওঁক পুত্ৰ আব্দুল মজিদ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.