ETV Bharat / state

বকোত পৰম্পৰাগত চংক্ৰিষ্টিয়ান নৃত্য প্ৰতিযোগিতাৰ আয়োজন - অসম যুৱ কংগ্ৰেছ

বকোত পৰম্পৰাগত নৃত্য প্ৰতিযোগিতাৰ আয়োজন ৷ খ্ৰীষ্টান ধৰ্মালম্বী আৰু গাৰো ধৰ্মালম্বী লোকসকলে আয়োজন কৰে এই প্ৰতিযোগিতাৰ ৷

songkristian-dance-competition-organised-in-boko
বকোত পৰম্পৰাগত চংক্ৰিষ্টিয়ান নৃত্য প্ৰতিযোগিতাৰ আয়োজন
author img

By

Published : Jan 3, 2021, 7:22 PM IST

বকো, 3 জানুৱাৰী : ইংৰাজী নৱবৰ্ষ উপলক্ষে বকো সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী ডামৰাং বৰজুৰি গাঁৱত চংক্ৰিষ্টিয়ান নৃত্য প্ৰতিযোগিতাৰ আয়োজন ৷ খ্ৰীষ্টান ধৰ্মালম্বী আৰু গাৰো ধৰ্মালম্বী লোকসকলে আয়োজন কৰে এই প্ৰতিযোগিতাৰ ৷ প্ৰতিবছৰে ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনা তেওঁলোকে অনুষ্ঠিত কৰে এই প্ৰতিযোগিতাৰ ৷

বকোত পৰম্পৰাগত চংক্ৰিষ্টিয়ান নৃত্য প্ৰতিযোগিতাৰ আয়োজন

আয়োজন কৰা নৃত্য প্ৰতিযোগিতাখনত বিভিন্ন গাঁৱৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ গাৰো মহিলাসকলৰ পৰম্পৰাগত সাজ ডাকমান্দা আৰু মূৰত খ'ঠিপ আৰু ড'মে পিন্ধি এই নৃত্যত অংশগ্ৰহণ কৰে । উক্ত পৰম্পৰাগত নৃত্য প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰে অসম যুৱ কংগ্ৰেছৰ সম্পাদিকা কৃষ্ণা দাস, আৰিফুল ইছলাম, কামৰূপ জিলা যুৱ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আৰু আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জনজাতীয় বিভাগৰ আহ্বায়ক ছুনিট পি মাৰাক ।

লগতে পঢ়ক : ক‘ভেক্সিন সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰিব ডিজিআইয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.