ETV Bharat / state

চিফুঙৰ সুৰত মুখৰিত হ'ল উত্তৰ গুৱাহাটীৰ বাথৌ মন্দিৰ - বাথৌ পূজা

উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাথৌ মন্দিৰত শিৱ আৰাধনাৰ অনুপম পৰিৱেশ ৷ বাথৌ পূজা উপলক্ষে কটাহবজাৰ অঞ্চলত দেখিবলৈ পোৱা গ'ল অগণন ভক্তৰ ভিৰ ৷

উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাথৌ মন্দিৰত বাথৌ পূজা
author img

By

Published : May 19, 2019, 4:58 PM IST

  • চিফুং আৰু মাদলৰ সুৰত মুখৰিত হ'ল উত্তৰ গুৱাহাটীৰ কটাহবজাৰ
  • শিৱ আৰাধনাৰ অনুপম পৰিবেশ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাথৌ মন্দিৰত
  • বাথৌ পূজা উপলক্ষে চিফুং মাদলৰ তালে তালে নৃত্য গীত বড়ো যুৱক-যুৱতীৰ
  • বাথৌ পূজাত পৰম্পৰাগত খাদ্যৰ বিশেষ আয়োজন
  • বিধে বিধে খাদ্য সম্ভাৰৰ সোৱাদ ল'লে বড়ো জন জাতীয় লোক সকলে
  • অঞ্চলটোত দেখিবলৈ পোৱা গ'ল অগণন ভক্তৰ ভিৰ
    উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাথৌ মন্দিৰত বাথৌ পূজা

  • চিফুং আৰু মাদলৰ সুৰত মুখৰিত হ'ল উত্তৰ গুৱাহাটীৰ কটাহবজাৰ
  • শিৱ আৰাধনাৰ অনুপম পৰিবেশ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাথৌ মন্দিৰত
  • বাথৌ পূজা উপলক্ষে চিফুং মাদলৰ তালে তালে নৃত্য গীত বড়ো যুৱক-যুৱতীৰ
  • বাথৌ পূজাত পৰম্পৰাগত খাদ্যৰ বিশেষ আয়োজন
  • বিধে বিধে খাদ্য সম্ভাৰৰ সোৱাদ ল'লে বড়ো জন জাতীয় লোক সকলে
  • অঞ্চলটোত দেখিবলৈ পোৱা গ'ল অগণন ভক্তৰ ভিৰ
    উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাথৌ মন্দিৰত বাথৌ পূজা
*SLUG= NORTH GHY BATHOU PUJA*

SCRIPT= চিফুং আৰু মাদলৰ সুৰত মুখৰিত উত্তৰ গুৱাহাটীৰ কটাহবজাৰ । চিফুং মাদলৰ তালে তালে নৃত্য গীত এজাপ বড়ো যুৱক-যুৱতীৰ । সাজপানীৰো সোৱাদ ল'লে বড়ো জন জাতীয় লোক সকলে । সমান্তৰালভাৱে বিধে বিধে খাদ্য সম্ভাৰ । এফালে যদি হাহঁ আৰু পঠাৰ মাংস আনফালে মুৰ্গী আৰু মাংস প্ৰস্তুত কৰিছে জুহালত ।  শিৱ আৰধনাৰ অনুপম পৰিবেশ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাথৌ মন্দিৰত ।   হিল দোল ভাঙি আহিল অগনন ভক্ত ।   


*VISAUL SEND BY FTP*
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.