ETV Bharat / state

" চৰকাৰে সোণ দিয়ে কিন্তু ৰাজনৈতিক অধিকাৰ নিদিয়ে" : জিমনি চৌধুৰী - জিমনি চৌধুৰী

আন্তৰ্জাতিক নাৰী দিৱসত মহিলাৰ অধিকাৰ বিচাৰি সোচ্ছাৰ বিশিষ্ট লেখিকা জিমনি চৌধুৰী

" চৰকাৰে সোণ দিয়ে কিন্তু ৰাজনৈতিক অধিকাৰ নিদিয়ে" : জিমনি চৌধুৰী
author img

By

Published : Mar 8, 2019, 9:48 PM IST

আমিনগাঁও, ৮ মাৰ্চঃ শুক্ৰৰাবৰে দেশজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস । দেশৰ সমান্তৰাল কৈ ৰাজ্যৰ আমিনগাঁৱত পালন কৰা হয় নাৰী দিৱস । অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত পালন কৰা হয় নাৰী দিৱস । এই অনুষ্ঠানতেই বিশিষ্ট লেখিকা জিমনি চৌধুৰীয়ে আন্তৰ্জাতিক নাৰী দিৱসত মহিলাৰ অধিকাৰ বিচাৰি হৈ পৰে সোচ্চাৰ । চৰকাৰে সোণ দিয়ে কিন্তু ৰাজনৈতিক অধিকাৰ নিদিয়ে বুলি উল্লেখ কৰি পুৰুষতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নকৰাটো পৰিতাপৰ বিষয় বুলি মন্তব্য কৰে লেখিকাগৰাকীয়ে । আমিনগাঁৱত অসম প্ৰদেশ মহিলা কংগ্ৰেছে উদযাপন কৰা আন্তৰ্জাতিক নাৰী দিৱসত জিমনি চোধুৰীৰ লগতে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা উপস্থিত থাকে । ইপিনে আগন্তুক লোকসভাত ৰাজ্যৰ কংগ্ৰেছ দলত তিনি গৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ দিয়াৰ কথা প্ৰকাশ কৰে ববিতা শৰ্মাই ।

" চৰকাৰে সোণ দিয়ে কিন্তু ৰাজনৈতিক অধিকাৰ নিদিয়ে" : জিমনি চৌধুৰী

এই অনুষ্ঠানত জুৰি শৰ্মা বৰদলৈয়ে নিৰ্বাচনৰ সময়তহে মহিলাৰ প্ৰয়োজন কিন্তু নিৰ্বাচনৰ পাচত পুৰুষতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত মহিলাৰ কোনো গুৰুত্ব নাই মন্তব্য কৰে । আনহাতে অনুষ্ঠানটোত অসম প্ৰদেশ মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী নন্দিতা দাসেও ক্ষুৰধাৰ সমালোচনা কৰে মোডী চৰকাৰক ।

SLUG= AMINGAON CONGRESS WOMEN DAY* 

👉চৰকাৰে সোন দিয়ে কিন্তু ৰাজনৈতিক অধিকাৰ নিদিয়ে । 
👉২১ শতিকাত মহিলাক ডাইনি সজাই হত্যা কৰাটো সভ্য সমাজৰ বাবে দুৰ্ভাগ্য জনক । 
👉পুৰুষ তান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষন নকৰাটো পৰিতাপৰ বিষয় ।  
👉বিশিষ্ট লেখিকা জিমনি চৌধুৰীয়ে আন্তৰ্জাতিক নাৰী দিৱসত মহিলাৰ অধিকাৰ বিচাৰি হৈ পৰে সোচ্চাৰ ।  
👉আমিনগাঁৱত অসম প্ৰদেশ মহিলা কংগ্ৰেছে উদযাপন কৰা আন্তৰ্জাতিক নাৰী দিৱসত জিমনি চোধুৰীৰ লগতে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা । 
👉আগন্তুক লোকসভাত ৰাজ্যৰ কংগ্ৰেছ দলৰ তিনি গৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ দাবী ববিতা শৰ্মাৰ ।
👉একক সংখ্যা গৰিষ্ঠতা থকাৰ পাছতো মোডী চৰকাৰে ৩৩ শতাংশ সংৰক্ষনটো মহিলা সমাজৰ বাবে দুৰ্ভাগ্যজনক । 
👉অনুষ্ঠানত জুৰি শৰ্মা বৰদলৈয়ে নিৰ্বাচনৰ সময়তহে মহিলাৰ প্ৰয়োজন কিন্তু নিৰ্বাচনৰ পাছতো পুৰুষতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাত কোনো গুৰুত্ব নাই মহিলাৰ । 
👉অনুষ্ঠানটোত অসম প্ৰদেশ মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী নন্দিতা দাসে ক্ষুৰধাৰ সমালোচনা কৰে মোডী চৰকাৰক ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.