ETV Bharat / state

SI কেলেংকাৰীৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ বৰঝাৰ বিমানবন্দৰত

author img

By

Published : Oct 9, 2020, 1:36 PM IST

অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰত শাখাই এক বিশেষ সুত্ৰৰ পম খেদি বৰঝাৰ বিমানবন্দৰৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পিকে দত্তৰ ঘনিষ্ঠ সুৰজ শৰ্মাক ।

SI corruption one arrest at  borjhar
SI কেলেংকাৰী আন এজন অভিযুক্তক গ্ৰেপ্তাৰ বৰঝাৰ বিমানবন্দৰত

কামৰূপ,9 অক্টোবৰঃ ৰাজ্য জোকাৰি যোৱা SI কেলেংকাৰীত সাঙোৰ খাইছে ইজনৰ পিছত সিজন লোক । জালত পৰিছে ইটোৰ পিছত সিটো ৰৌ বৰালি। ৰাজ্য জোকাৰি যোৱা SI কেলেংকাৰীৰ মুল অভিযুক্ত পিকে দত্তৰ অতিকৈ ঘনিষ্ঠ সুৰজ শৰ্মাক গ্ৰেপ্তাৰ বৰঝাৰ বিমানবন্দৰত ।

ৰাজস্থানৰ পৰা আহি থকা অৱস্থাত অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰত শাখাই এক বিশেষ সুত্ৰৰ পম খেদি বৰঝাৰ বিমানবন্দৰৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পিকে দত্তৰ ঘনিষ্ঠ এইজন সুৰজ শৰ্মাক । বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰি পোনে পোনে লোকজনক গুৱাহাটীৰ অপৰাধ শাখা কাৰ্যালয়লৈ নিয়া হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীৰ বনচোম গেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.