ETV Bharat / state

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যত 80.05 শতাংশ ভোটদান সম্পন্ন - Silchar

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৰাজ্যত গড়ে 80.05 শতাংশ ভোটদান সম্পন্ন হয় ৷ পাচোঁটা সমষ্টিৰ মুঠ 8,992 টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কৰিমগঞ্জত 14 গৰাকী, শিলচৰত 13, স্বায়ত্বশাসিত জিলাত 5, মঙলদৈত 11 আৰু নগাঁৱত 7 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা ৷

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যত 80.05 শতাংশ ভোটদান সম্পন্ন
author img

By

Published : Apr 20, 2019, 12:20 AM IST

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মঙলদৈ, নগাঁও, শিলচৰ, কৰিমগঞ্জ আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুঠ ভোটাৰৰ সংখ্যা এনেধৰণৰ -

  • কৰিমগঞ্জ- 73.15 শতাংশ (পুৰুষ- 68.43 শতাংশ, তৃতীয় লিংগকে ধৰি 78.27 শতাংশ মহিলাৰ ভোটদান)
  • স্বায়ত্বশাসিত অঞ্চল- 77.47 শতাংশ (পুৰুষ- 77.37 শতাংশ, তৃতীয় লিংগকে ধৰি 77.57 শতাংশ মহিলা)
  • মংগলদৈ- 83.60 শতাংশ (পুৰুষ - 84.35 শতাংশ, তৃতীয় লিংগকে ধৰি মহিলা ভোটদাতাৰ সংখ্যা 82.80 শতাংশ)
  • নগাঁও - 83.24 শতাংশ (পুৰুষ- 82.90 শতাংশ, তৃতীয় লিংগকে ধৰি 83.60 শতাংশ মহিলা)
  • শিলচৰ - 79.37 শতাংশ (পুৰুষ-79.13 শতাংশ, তৃতীয় লিংগকে ধৰি মহিলা ভোটদাতাৰ সংখ্যা 79.61 শতাংশ)

chayanika
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.