ETV Bharat / state

বকোৰ শিল্পী সমাজে উদযাপন কৰিলে সৰস্বতী পূজা

author img

By

Published : Feb 17, 2021, 6:45 AM IST

দিনযোৰা সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে বকোৰ শিল্পী সমাজৰ সংগঠন অগ্ৰগামী সাংস্কৃতিক মঞ্চই অনুষ্ঠিত কৰিলে সৰস্বতী পূজা ৷ বকোৰ ন-পুৰণি প্ৰায় 30 গৰাকী শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে ৷

বকোৰ শিল্পী সমাজে উদযাপন কৰিলে সৰস্বতী পূজা
বকোৰ শিল্পী সমাজে উদযাপন কৰিলে সৰস্বতী পূজা

বকো,17 ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ লগতে বকোৰ শিল্পী সমাজে এইবেলি উদযাপন কৰে সৰস্বতী পূজা ৷ দিনযোৰা সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে বকোৰ শিল্পী সমাজৰ সংগঠন অগ্ৰগামী সাংস্কৃতিক মঞ্চই অনুষ্ঠিত কৰিলে সৰস্বতী পূজা ৷ পূজাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে শিল্পী সমাজে ৷

উল্লেখ্য যে, বকোৰ ন-পুৰণি প্ৰায় 30 গৰাকী শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে । বিশিষ্ট গায়ক, পৰিচালক বিচিত্ৰ খাণ্ডাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত গীত পৰিৱেশন কৰে স্থানীয় সংগীত শিল্পী ব্ৰজ কুমাৰ, সোণমা মেধি, দুলুমণি মেধিকে ধৰি বহুকেইজন ন-পুৰণি শিল্পীয়ে।

লগতে পঢ়ক: দ্বীপৰবিলৰ পাৰত মুকলি 'পৰ্যটন সাৰথি' আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.