ETV Bharat / state

সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত তৃতীয়জন অভিযুক্ত আটক

author img

By

Published : May 25, 2020, 11:35 PM IST

সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত আন এক অভিযুক্ত সোমবাৰে আটক কৰিবলৈ সক্ষম হয় হাজো আৰক্ষীয়ে । আটক কৰা অভিযুক্ত গৰাকী আব্দুল জলিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

হাজো
সনাতন ডেকাৰ হত্যাকাণ্ড

হাজো, ২৫ মে': সোমবাৰে হাজো আৰক্ষীৰ জালত পৰে সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত আন এক অভিযুক্ত । আব্দুল জলিল নামৰ অভিযুক্ত গৰাকীক আটক কৰে হাজো আৰক্ষীয়ে ।

হাজো
সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত তৃতীয়জন অভিযুক্ত আটক

উল্লেখ্য যে, সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত মূল অভিযুক্ত ফইজুল হক আৰু ইউচুফুদ্দিন আহমেদক দেওবাৰে নিশা হাজো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । হত্যাকাণ্ডৰ লগত জড়িত থকা বাকী ৩ জন অভিযুক্ত পলাতক আছিল যদিও সোমবাৰে এজনক আটক কৰিবলৈ সক্ষম হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.