ETV Bharat / state

কৃষিত বীজ কেলেংকাৰীঃ সৰৱ আৰ টি আই কৰ্মী - RTI worker demands govt not to allow two companies

নুজিৰচিদা বীজ লিমিটেড আৰু কাবেৰী বীজ লিমিটেড প্ৰতিষ্ঠানৰ নিবিদা কোনো কাৰণতে গ্ৰহণ নকৰিবলৈ দাবী উত্থাপন আৰটিআই কৰ্মীৰ

কৃষি বিভাগৰ বিৰুদ্ধে সৰৱ হ'ল আৰটিআই কৰ্মী
author img

By

Published : May 27, 2019, 9:36 PM IST

গুৱাহাটী, 27 মে': এইবাৰ কৃষি বিভাগৰ বিৰুদ্ধে সৰৱ হ'ল আৰটিআই কৰ্মী ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি হায়দৰাবাদস্থিত নুজিৰচিদা বীজ লিমিটেড আৰু কাবেৰী বীজ লিমিটেড প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰটিআই কৰ্মী প্ৰদীপ কলিতা ৷

কৃষি বিভাগৰ বিৰুদ্ধে সৰৱ হ'ল আৰটিআই কৰ্মী

বহিঃৰাজ্যত নিলম্বিত হোৱা প্ৰতিষ্ঠান দুটাই অসমত নিবিদাৰ সুবিধা কেনেকৈ পালে বুলি প্ৰশ্ন উত্থাপন কৰি কৃষি বিভাগৰ একাংশ উৰ্ধতম কৰ্তৃপক্ষৰ বাবে দুয়োটা প্ৰতিষ্ঠানে অসমৰ বীজ যোগানৰ বাবে চৰকাৰে আহ্বান জনোৱা নিবিদাত অংশ ল'ব পাৰিছে বুলি প্ৰকাশ কৰে প্ৰদীপ কলিতাই ৷ সংবাদমেলত অন্তত এই প্ৰতিষ্ঠানদুটাৰ নিবিদাক কোনো কাৰণতে গ্ৰহণ নকৰিবলৈ দাবী উত্থাপন কৰে কলিতাই ৷

উল্লেখ্য যে, ভেজাল বীজ যোগান ধৰাৰ বাবে দুয়োটা প্ৰতিষ্ঠানকে অন্ধ্ৰপ্ৰদেশ চৰকাৰে নিলম্বিত কৰিছিল ৷

অন্যৰাজ্যত নিলম্বিত হোৱা নুজিৰচিদা বীজ লিমিটেড আৰু কাবেৰী বীজ লিমিটেডক কিয় অসমত নিবিদা দিয়াৰ সুবিধা ? এই প্ৰশ্ন আৰ টি আই কৰ্মী প্ৰদীপ কলিতাৰ ৷ সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল আয়োজন কৰি প্ৰতিষ্ঠান দুটাৰ বিৰুদ্ধে সৰৱ হ'ল কলিতা ৷ তেওঁৰ অভিযোগ কৃষি বিভাগৰ একাংশ উৰ্ধতন কৰ্তৃপক্ষৰ বাবেই দুয়োটা প্ৰতিষ্ঠানে অসমৰ বীজ যোগানৰ বাবে চৰকাৰে আহ্বান জনোৱা নিবিদাত অংশ লৈছে ৷ উল্লেখ্য যে দুয়োটা প্ৰতিষ্ঠানে ভেজাল বীজ যোগান ধৰাৰ বাবে অন্ধপ্ৰদেশ চৰকাৰে নিলম্বিত কৰিছিল ৷ গতিকে এই প্ৰতিষ্টানকেইটাৰ নিবিদাক  কোনো কাৰণতে গ্ৰহন নকৰিবলৈ দাবী তোলে সংবাদমেলত ৷

Lipika deka...Guwahati

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.