ETV Bharat / state

ৰঙিয়াত ব্যৱসায়ীক আক্ৰমণ কৰি ধন-লুট ডকাইতৰ

author img

By

Published : Nov 18, 2019, 10:27 AM IST

ৰঙিয়াৰ শান্তিপুৰত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ডকাইতি ৷ ডকাইতৰ আক্ৰমণত আহত দুজন লোক ৷

ৰঙিয়াত ব্যৱসায়ীক আক্ৰমণ কৰি ধন-লুট ডকাইতৰ

ৰঙিয়া, 18 নৱেম্বৰঃ ৰঙিয়াৰ শান্তিপুৰত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ডকাইতি ৷ চাৰিজনীয়া ডকাইতৰ দল এটাই হাতত চুৰি আৰু পিষ্টল লৈ ৰঙিয়া শান্তিপুৰৰ এম ডি ষ্টোৰৰ স্বত্তাধিকাৰী পংকজ দাস নামৰ লোকজনৰ ওপৰত আক্ৰমণ চলাই আঢ়ৈ লাখ টকা লুটি নিয়ে ৷ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় পংকজ দাস ৷

আনহাতে ডকাইতৰ দলটোক বাধা দিবলৈ চেষ্টা কৰা ওচৰৰে মধু বনিয়া নামৰ যুৱকজনকো আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয় ৷ বৰ্তমান দুয়োগৰাকী লোকেই চিকিৎসাধীন হৈ আছে ৷

আৰু পঢ়কঃ সন্ধান নাই ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰ সুমন সৰকাৰৰ

Intro:ৰঙিয়াৰ শান্তিপুৰত নিশা এক লোমহৰ্ষক ডকাইতি সংঘটিত।Body:ৰঙিয়াত ৰাতি লোমহৰ্ষক ডকাইতি সংঘটিত হয়। হাতত চুৰি আৰু পিষ্টল লৈ চাৰিজনীয়া ডকাইতৰ এটা দলে ৰঙিয়া শান্তিপুৰৰ এম ডি ষ্টোৰৰ স্বত্তাধিকাৰী পংকজ দাসৰ ওপৰত আক্ৰমণ চলাই আৰু আঢ়ৈ লাখ টকা লুটি নিয়ে। ডকাইতৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় পংকজ দাস। ইয়াৰ উপৰিও ডকাইত দলটোক বাধা দিবলৈ চেষ্টা কৰা ওচৰৰে মধু বনিয়া নামৰ যুৱক জনো গুৰুতৰ ভাৱে আহত হয়। বৰ্তমান দুয়োগৰাকী ব‍্যক্তিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে।
Bite:- ভুক্তভোগীConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.