ETV Bharat / state

দুধৰ্ষ ডকাইত মিন্টু আলীক গ্ৰেপ্তাৰ নলবাৰী আৰক্ষীৰ

author img

By

Published : Jun 2, 2021, 4:40 PM IST

অৱশেষত নলবাৰীৰ আৰক্ষীৰ জালত পৰিল ৰঙিয়াৰ দুধৰ্ষ ডকাইত মিন্টু আলী ৷ ডোৱক আৰক্ষীৰ সহযোগত এক অভিযান চলাই মিন্টু আলীক আটক কৰে নলবাৰী আৰক্ষীয়ে ৷

দুৰ্ধৰ্ষ ডকাইত মিন্টু আলীক গ্ৰেপ্তাৰ নলবাৰী আৰক্ষীৰ

ৰঙিয়া, 2 জুন : নলবাৰী আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি চলোৱা এক অভিযানত মিন্টু আলী নামৰ এটা দুধৰ্ষ ডকাইতক আটক কৰে ৷ জানিব পৰা মতে ডোৱক আৰক্ষীৰ সহযোগত এই অভিযান চলাইছিল নলবাৰী আৰক্ষীয়ে ৷

একাংশ লোকে সদৰি কৰা মতে ৰঙিয়া অঞ্চলত দীৰ্ঘদিনৰ পৰা ডকাইতি কাণ্ড সংঘটিত হৈ আহিছিল ৷ ৰঙিয়া অঞ্চলত সংঘটিত হোৱা কেইবাটাও ডকাইতি কাণ্ডৰ লগত জড়িত আছিল নলবাৰী আৰক্ষীৰ জালত পৰা দুধৰ্ষ মিন্টু আলী ৷

নলবাৰী আৰক্ষীয়ে সদৰি কৰা মতে দুধৰ্ষ ডকাইত মিন্টু আলীয়ে ব্যৱহাৰ AS-01DM-3557 নম্বৰৰ এখন i20 বাহনও জব্দ কৰা হৈছে ৷ ইতিমধ্যে অধিক তথ্যৰ সন্ধানত মিন্টু আলীক জেৰা অব্যাত ৰাখিছে নলবাৰী আৰক্ষীয়ে ৷

লগতে পঢ়ক: লংকাৰ চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত ২4 জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.