বকো , 20 মে': কামৰূপ জিলাৰ বকোৰ সমীপৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন বলেৰ' পিকআপ বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী ৷
বলেৰ' পিকআপ বাহনৰ খুন্দাত নিহত এজন যুৱক