ETV Bharat / state

বকোৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা

author img

By

Published : May 29, 2019, 11:11 PM IST

বকোৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত শৈলেন কলিতা নামৰ এজন লোক

বকোৰ সমীপত ভয়াবহ পথ দুৰ্ঘটনা
  • তীব্ৰবেগী বলেৰ' পিক আপ ভানে মহতিয়ালে বাইক আৰোহীক
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শৈলেন কলিতা
  • দুৰ্ঘটনাগ্ৰস্ত বাইকখন AS-25H-3984
  • নম্বৰ ফলক বিহীন বলেৰ' পিক আপ ভান দুৰ্ঘটনাগ্ৰস্ত
  • আহত জনক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি
  • উন্নত চিকিৎসাৰ বাবে শৈলেন কলিতাক GMCH লৈ প্ৰেৰণ

Intro:Body:বকো চহৰৰ সমীপত ভয়াবহ দুৰ্ঘটনা। বকো-পয়ৰাঙ্গা পথৰ পাঠশালাকোঠত এই দুৰ্ঘটনা। তীব্ৰবেগী বলেৰ'পিকাপে মহতীয়ালে বাইক আৰোহীক। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শৈলেন কলিতা (৬০)। দুৰ্ঘটনাগ্ৰস্ত বাইকখন AS25-H-3984। বলেৰ' পিকআপখন নম্বৰ ফলক বিহীন। আঘাতপ্ৰাপ্তক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি।উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.