ETV Bharat / state

বকোত পথ দুৰ্ঘটনাত নিহত 1 জন

১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু চাইকেল আৰোহীৰ মাজত সংঘটিত দুৰ্ঘটনাত নিহত হয় এজন চাইকেল আৰোহী

author img

By

Published : Sep 14, 2019, 10:52 PM IST

বকোত পথ দুৰ্ঘটনাত নিহত 1 জন
  • বকোৰ শিঙৰাৰ সমীপত দুৰ্ঘটনা
  • দুৰ্ঘটনাত থিতাতে নিহত এজন বৃদ্ধ
  • ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু চাইকেল আৰোহীৰ মাজত সংঘটিত হয় দুৰ্ঘটনা
  • দুৰ্ঘটনাত নিহত বৃদ্ধজনৰ বৰ্তমান পৰ্যন্ত লাভ কৰা নাই পৰিচয়
  • গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইকৰ আৰোহী বিকাশ কলিতা আৰু নিকিতা বৰাক চিকিৎসালয়ত ভৰ্তি কৰে বকো আৰক্ষীয়ে

Intro:Body:বকোৰ শিংৰাৰ সমীপৰ শালনিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ৭.৩০ বজাত সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। বাইক আৰু চাইকেল আৰোহীৰ মাজত হোৱা সংঘৰ্ষত চাইকেল আৰোহীজন থিতাতে নিহত হয়। প্ৰায় ৬৫ বৰ্ষীয়ান বৃদ্ধজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই বৰ্তমানলৈ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইকৰ আৰোহীদ্বয় বিকাশ কলিতা আৰু নিকিতা বৰা। বিকাশ কলিতাৰ ঘৰ বকোৰ ত্ৰিলোচনত আৰু নিকিতা বৰাৰ ঘৰ ছমৰীয়াত। দুয়োকে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় বকো আৰক্ষীয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.