ETV Bharat / state

মহানগৰীৰ ৰাজপথত পুনৰ বন্যহস্তীৰ বিচৰণ - Guwahati

খাদ্যৰ সন্ধানতে জনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বুলি সন্দেহ কৰা হৈছে বনৰীয়া হাতীটো ।

মহানগৰীৰ ৰাজপথত পুনৰ বন্যহস্তীৰ বিচৰণ
author img

By

Published : Apr 23, 2019, 9:27 PM IST

গুৱাহাটী, ২৩ এপ্ৰিলঃ গুৱাহাটী পাঞ্জাবাৰীৰ ৰাজপথত পুনৰ বিচৰণ বন্যহস্তীৰ । আমচাং বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছে বনৰীয়া হাতীটো ।

মহানগৰীৰ ৰাজপথত পুনৰ বন্যহস্তীৰ বিচৰণ

পাঞ্জাবাৰী সেনাচাউনীৰে মুল প্ৰবেশ দ্বাৰেৰে ওলাই অহাৰ সন্দেহ বনৰীয়া হাতীটো ৷ কিন্ত বন্যহস্তীটোৱে কোনো ধৰনৰ ক্ষয় ক্ষতি কৰা নাই সেই অঞ্চলটোত । খাদ্যৰ সন্ধানতে জনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বুলি সন্দেহ কৰা হৈছে বনৰীয়া হাতীটো । বন্যহস্তীটো দেখি অঞ্চলটোৰ ৰাইজৰ মাজত হুৱাদুৱা লগা পৰিলক্ষিত হৈছে । উল্লেখ্য যে বিগত দিনটো বনৰীয়া হাতীয়ে পাঞ্জাবাৰীত সন্ত্ৰাস সৃষ্টি কৰি আহিছে যদিও এতিয়া লৈ বন বিভাগে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

মহানগৰীৰ ৰাজপথত পুনৰ বন্যহস্তীৰ বিচৰন ৷পাঞ্জাবাৰীৰ ৰাজপথত মুক্ত মনে বিচৰন কৰিলে এটা বন্যহস্তীয়ে ৷  খাদ্যৰ সন্ধানত  আমচাং বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছে বনৰীয়া  হাতীটো ৷ কিন্ত বন্যহস্তীটোৱে কোনো  ধৰনৰ ক্ষয় ক্ষতি কৰা নাই অঞ্চলটোত ৷ 
পাঞ্জাবাৰী সেনাচাউনীৰে মুল প্ৰবেশ দ্বাৰেৰে ওলাই আহিল বনৰীয়া হাতীটো ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.