ETV Bharat / state

Police raid against fake gold: ৰঙিয়াত নকল সোণসহ আটক-৫

ৰাজ্যত অব্যাহত নকল সোণৰ বেহা(Fake Gold Business)। বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নকল সোণ জব্দ কৰি থকা হৈছে যদিও ন ন কৌশলৰে একাংশই চলাই গৈছে এই অবৈধ ব্যৱসায়(Police raid against fake gold) । শুকুৰবাৰে ৰঙিয়া আৰক্ষীৰ জালত পৰিল নকল সোণসহ পাঁচজনকৈ লোক ।

Rangia police arrested five men with fake gold
নকল সোণৰ ৰমৰমীয়া বেহা: আৰক্ষীৰ জালত ৫ জন
author img

By

Published : Jun 4, 2022, 2:17 PM IST

ৰঙিয়া,৪ জুন: ৰাজ্য়ত অবাধ হাৰত চলিছে নকল সোণৰ বেহা(Fake Gold Business) । নকল সোণৰ বিৰুদ্ধে আৰক্ষীয়েও অব্যাহত ৰাখিছে অবিৰত অভিযান(Police raid against fake gold) । এইবাৰ ৰঙিয়া আৰক্ষীৰ জালত পৰিল নকল সোণসহ ৫ জন লোক । ৰঙিয়া আৰক্ষীয়ে শুকুৰবাৰে তুলসীবাৰীৰ হালিকুছিৰ পৰা আটক কৰে লোক কেইজনক(Fake gold smuggler arrest in Rangia) ।

আটকাধীন লোক কেইজনৰ ভিতৰত দুজন বহিঃৰাজ্যৰ বুলি জানিব পৰা গৈছে । লোককেইজন হৈছে হৈছে উত্তৰ লক্ষীমপুৰ মহখুলিৰ গুলজাৰ হুছেইন , আনছাৰ আলী , হাতেম আলী আৰু আন দুজন উত্তৰ প্ৰদেশৰ গাঁজীপুৰৰ অনিল যাদৱ আৰু চন্দন যাদৱ ।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি গুলজাৰ হুছেইন,আনছাৰ আলী আৰু হাতেম আলীয়ে তুলসীবাৰীৰ হালিকুছিৰ এঘৰ মানুহৰ তাত ভাড়াতীয়া হিচাপে থাকি চলাই গৈছিল সোণৰ ব্যৱসায় । আনহাতে চন্দন যাদৱ আৰু অনিল যাদৱে নকল সোনখিনি কিনিব ওলাইছিল নগদ আঢ়ৈ লাখ টকাৰ বিনিময়ত । আৰক্ষীয়ে অভিযানৰ সময়চোৱাত জব্দ কৰে এখন নকল সোনৰ নাওঁ,নগদ আঢ়ৈ লাখ টকা আৰু পাঁচটা মোবাইল ফোন । আৰক্ষীয়ে বৰ্তমান আটকাধীন লোককেইজনক জেৰা অব‍্যাহত ৰাখিছে ।

লগতে পঢ়ক: Rana Pogag Fraud case : গ্ৰেপ্তাৰ হ'ব পাৰে SI জোনমণি ৰাভা....!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.