আজাৰা. 17 এপ্ৰিলঃ বুধবাৰে পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহাই সমগ্ৰ ৰাজ্য জোকাৰি যায় । প্ৰচণ্ড ধুমুহাই সমগ্ৰ ৰাজ্যতে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বৰ্তমানেও দক্ষিণ কামৰূপত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা । ইপিনে ৰাজ্যত পুনৰ বতাহ-বৰষুণ অহাৰ সম্ভাৱনাৰ বিষয়ে প্ৰকাশ কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই । আজি অসমকে ধৰি উত্তৰ-পুৰ্বাঞ্চলৰ ভালেকেইখন ৰাজ্যত পুনৰ বলিব পাৰে ধুমুহা -বতাহ ৷ লগতে বৃষ্টিপাত আৰু ব্ৰজপাতৰো সম্ভাৱনা থকাৰ কথা কৈছে বতৰ বিজ্ঞান কেন্দ্ৰই । ঘন্টাত ৬০ পৰা ৭০ কিল'মিটাৰ বেগত বলিব পাৰে এই বতাহ ।
পুনৰ আহিব পাৰে ধুমুহা-বৰষুণ - ধুমুহা
অসমকে ধৰি উত্তৰ-পুৰ্বাঞ্চলৰ ভালেকেইখন ৰাজ্যত পুনৰ বলিব পাৰে ধুমুহা -বতাহ ৷ লগতে বৃষ্টিপাত আৰু ব্ৰজপাতৰো সম্ভাৱনা থকাৰ কথা কৈছে বতৰ বিজ্ঞান কেন্দ্ৰই । ঘন্টাত ৬০ পৰা ৭০ কিল'মিটাৰ বেগত বলিব পাৰে এই বতাহ ।
আজাৰা. 17 এপ্ৰিলঃ বুধবাৰে পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহাই সমগ্ৰ ৰাজ্য জোকাৰি যায় । প্ৰচণ্ড ধুমুহাই সমগ্ৰ ৰাজ্যতে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বৰ্তমানেও দক্ষিণ কামৰূপত ব্যাহত হৈ আছে বিদ্যুৎ সেৱা । ইপিনে ৰাজ্যত পুনৰ বতাহ-বৰষুণ অহাৰ সম্ভাৱনাৰ বিষয়ে প্ৰকাশ কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই । আজি অসমকে ধৰি উত্তৰ-পুৰ্বাঞ্চলৰ ভালেকেইখন ৰাজ্যত পুনৰ বলিব পাৰে ধুমুহা -বতাহ ৷ লগতে বৃষ্টিপাত আৰু ব্ৰজপাতৰো সম্ভাৱনা থকাৰ কথা কৈছে বতৰ বিজ্ঞান কেন্দ্ৰই । ঘন্টাত ৬০ পৰা ৭০ কিল'মিটাৰ বেগত বলিব পাৰে এই বতাহ ।
Slug:-A_Kam_Weather_Forcast_811-812_vis+bite+photo_Ajay_Das
ৰাজ্যত পুনৰ বলিব পাৰে ধুমুহা বতাহ ।
Ocvo..আজি পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহাই সমগ্ৰ ৰাজ্য জোকাৰি যায় । প্ৰচণ্ড ধুমুহাই সমগ্ৰ ৰাজ্যতে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বৰ্তমানেও দক্ষিণ কামৰূপত ব্যাহত হৈ আছে বিদ্যুৎ যোগান সেৱা । ৰাজ্যত পুনৰ বলিব পাৰে ধুমুহা বতাহ । এই কথা বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ । আজি অসমকে ধৰি উত্তৰ-পুৰ্বাঞ্চলৰ ভালেকেইখন ৰাজ্যত পুনৰ বলিব পাৰে ধুমুহা বতাহ লগতে বৃষ্টিপাত আৰু ব্ৰজপাতৰো সম্ভাৱনা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । ঘন্টাত ৬০ পৰা ৭০ কিমি বেগত বলিব পাৰে এই বতাহ । আনহাতে এই বতাহ আজিয়ে যঠেষ্ঠ হ্ৰাস পাব যদিও আগন্তুক ৩ দিনলৈ ৰাজ্যত বৰষুণ অহা সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।
Bite.. metrology
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam