গুৱাহাটী,৫ মাৰ্চ: মঙলবাৰে জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচে দীঘলীপুখুৰীত এক প্ৰতিবাদ সাব্যস্ত কৰে ।কেইবাটাও দাবীত পুৰণৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ।
গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ ব্যক্তিগতকৰনৰ বিৰুধিতা,চাহবাগিছা সমূহত সুৰাৰ বেপাৰবন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাবস্ত্য কৰে সংগঠন কেইটাই ৷
প্ৰতিবাদকাৰী সকলে কয় যে চাহবাগিছাৰ মালিকসকল আৰু এচাম মুনাফালোভী লোকৰ বাবেই ডেৰ শতাধিকতকৈ বেছি লোকে মৃত্যু আকোঁৱালী লব লগা হল ৷