গুৱাহাটী , ১২ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দীঘলীপুখুৰী পাৰত ইষ্ট উইমেনচ ফ্ৰন্ট আৰু যুজাৰু দ্য ফাইটাৰ্চৰ অৱস্থান ধৰ্মঘট । বিধেয়ক ৰাজ্য সভাত গৃহীত কৰিলে অধিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ ।
![undefined](https://s3.amazonaws.com/saranyu-test/etv-bharath-assests/images/ad.png)
লগতে ৰাজ্যসভাত কংগ্ৰেছ দলটোৱে বিধেয়কখনৰ বিৰোধিতা কৰা উচিত বুলিও প্ৰতিবাদকাৰীসকলে মন্তব্য় আগবঢ়াই । বিধেয়কখন বাতিলৰ বাবে অবিৰত চেষ্টা চলাই যাব বুলিও প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ।