ETV Bharat / state

অমিত শ্বাহৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ !

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাচতো এন আৰ চিৰ কাম স্থগিত ৰখা হৈছে বুলি পশ্চিম বংগৰ নিৰ্বাচনী সভাত মন্তব্য আগবঢ়াই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাচতহে পুনৰ এন আৰ চিৰ কাম আৰম্ভ হ'ব বুলি মন্তব্য অমিত শ্বাহৰ  ৷

প্ৰফুল্ল মহন্তৰ সংবাদমেল
author img

By

Published : Apr 26, 2019, 9:05 PM IST

গুৱাহাটী ,26 এপ্ৰিল : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়ক লৈ কৰা অমিত শ্বাহৰ মন্তব্যৰ বিৰুদ্ধে সৰৱ অসম আন্দোলন সংগ্ৰামী মঞ্চ ৷ অমিত শ্বাহৰ বিৰুদ্ধে আদালত অৱমাননাৰ অভিযোগ সংগঠনটোৰ ৷ গুৱাহাটীৰ উলুবাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল ৷

লগতে পঢ়ক : বাৰাণসীত মোডীৰ মনোনয়ন দাখিল

সংবাদমেলখনত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি অমিত শ্বাহে নিৰ্বাচনী সভাত এন আৰ চিৰ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে বুলি মন্তব্য আগবঢ়াইছিল ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লেহে পুনৰ এন আৰ চিৰ কাম আৰম্ভ হ'ব বুলি পশ্চিম বংগৰ নিৰ্বাচনী সভাত অমিত শ্বাহে মন্তব্য কৰা বুলি প্ৰকাশ কৰে অসম আন্দোলন সংগ্ৰামী মঞ্চই ৷ উচ্চতম ন্যায়ালয়ে ৰায়দান আগবঢ়োৱাৰ পাচতো এনেধৰণৰ মন্তব্য আগবঢ়োৱাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ তৰিব বুলি মন্তব্য কৰেপ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷

Intro:প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্লা কুমাৰ মহন্তৰ গুৱাহাটীত সংবাদমেল।

Body:উলুবাৰীস্থিত প্রিয় পেলেছত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্লা কুমাৰ মহন্তৰয়ে এখনসংবাদমেল অনুষ্ঠিত কৰি কয় য়ে ভাৰতীয়া জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এনআৰচি প্ৰক্ৰিয়া চলি থকাত মাজাতে বিজেপি চৰকাৰ শাসনলৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক আগতীয়াকৈ গৃহিত কৰিব বুলি পশ্চিমবংগত ঘেষনা কৰা কথাটোক লৈ অসম আন্দোলন সংগ্ৰামী মঞ্চই অমিত শ্বাহেৰ বিৰুদ্ধে অহা দহ দিনৰ ভিতৰত গোচৰ দিব উচ্চ ন্যায়ালয়ৰ অধিবক্তা দিলীপ চৌধুৰীৰ সৈতে আলোচনা চলি আছে এই কথা জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্লা কুমাৰ মহন্তই।

Conclusion:মহন্তই আৰু কয় অসম আন্দোলন সংগ্ৰামী মঞ্চই বিলৰ জাননী কৰাৰ পৰাই বিৰেধিতা কৰি আহিছে। এই বিলখনে অসম চুক্তি সম্পূৰ্ণৰূপে নস্যাত কিৰিব। বিলৰ জাৰীয়তে এক বৃহত পৰিমানত মানুহৰ বোজা অসমত জাপি দেয়া হব।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.