কামৰূপ, 5 চেপ্তেম্বৰঃ কামৰূপৰ আমিনগাঁৱত প্ৰধান মন্ত্ৰীৰ 'পোষণ অভিযান' ৰেলীৰ শুভাৰম্ভ । আমিনগাঁও জিলা উপাযুক্ত কাৰ্যলয়ৰ পৰা আৰম্ভ হয় সমাজ কল্যাণ বিভাগৰ এই 'পোষণ' ৰেলী । ৰেলীৰ শুভাৰম্ভ কৰে কামৰূপ জিলা অতিৰিক্ত উপাযুক্ত কান্তা দাসে । উল্লেখ্য যে, ভাৰতবৰ্ষত জন্ম পোৱা প্ৰতিজন শিশুক সুস্থ সৱল আৰু নিৰোগী কৰি তোলাৰ উদ্দেশ্যৰে মোডী নেতৃত্বাধীন মোডী চৰকাৰে পোষণ অভিযানৰ আৰম্ভ কৰে । ৰেলীত অংশ গ্ৰহণ কৰে কামৰূপ জিলা শিক্ষা বিষয়া, সহকাৰী আয়ুক্ত চেহনাব চাহিনকে ধৰি সমাজ কল্যাণ বিভাগৰ দুই শতাধিক কৰ্মী উপস্থিত থাকে ।
আমিনগাঁৱত প্ৰধান মন্ত্ৰীৰ 'পোষণ অভিযান' - মোডী চৰকাৰ
ভাৰতবৰ্ষত জন্ম পোৱা প্ৰতিজন শিশুক সুস্থ সৱল আৰু নিৰোগী কৰি তোলাৰ উদ্দেশ্যৰে মোডী নেতৃত্বাধীন চৰকাৰে পোষণ অভিযানৰ আৰম্ভ কৰে
কামৰূপ, 5 চেপ্তেম্বৰঃ কামৰূপৰ আমিনগাঁৱত প্ৰধান মন্ত্ৰীৰ 'পোষণ অভিযান' ৰেলীৰ শুভাৰম্ভ । আমিনগাঁও জিলা উপাযুক্ত কাৰ্যলয়ৰ পৰা আৰম্ভ হয় সমাজ কল্যাণ বিভাগৰ এই 'পোষণ' ৰেলী । ৰেলীৰ শুভাৰম্ভ কৰে কামৰূপ জিলা অতিৰিক্ত উপাযুক্ত কান্তা দাসে । উল্লেখ্য যে, ভাৰতবৰ্ষত জন্ম পোৱা প্ৰতিজন শিশুক সুস্থ সৱল আৰু নিৰোগী কৰি তোলাৰ উদ্দেশ্যৰে মোডী নেতৃত্বাধীন মোডী চৰকাৰে পোষণ অভিযানৰ আৰম্ভ কৰে । ৰেলীত অংশ গ্ৰহণ কৰে কামৰূপ জিলা শিক্ষা বিষয়া, সহকাৰী আয়ুক্ত চেহনাব চাহিনকে ধৰি সমাজ কল্যাণ বিভাগৰ দুই শতাধিক কৰ্মী উপস্থিত থাকে ।
👉আমিনগাঁও জিলা উপযুক্ত কাৰ্যলয়ৰ পৰা আৰম্ভ হয় সমাজ কল্যাণ বিভাগৰ এই "পোষণ"ৰেলী।
👉এই"পোষণ" ৰেলীৰ শুভাৰম্ভ কৰে কামৰূপ জিলা অতিৰিক্ত উপযুক্ত কান্তা দাসে।
Body:ভাৰতবৰ্ষত জন্ম পাৱ লগীয়া প্ৰতিজন শিশুক সুস্থ সবল আৰু নিৰোগী কৰি তোলাৰ উদ্দেশ্যৰে প্ৰধান মন্ত্ৰী মোডীযে হাতত লোৱা আঁচনিৰ আজি আকৰ্ষণীয় শোভাযাত্ৰাৰ জিলাখনত মাহজোৰা পোষণ অভিযানৰ
আৰম্ভ কৰে।
Conclusion:এই ৰেলী অংশগ্ৰহণ কৰে কামৰূপ জিলা শিক্ষা বিষয়া ,সহকাৰী আয়ুক্ত চেহনাব চাহিনকে ধৰি সমাজ কল্যাণ বিভাগৰ দুই শতাধিক কৰ্মী উপস্থিত থাকে।