ETV Bharat / state

ডিজিটেল ইণ্ডিয়াৰ নতুন নিয়ম :বস্তাৰে কোবাই চাফা কৰা হয় পথ - গুৱাহাটী

অত্যাধুনিক সামগ্ৰীৰে বিভাগীয় ঠিকাদাৰ সকলে পথ নিৰ্মাণত কিমান অত্যাধুনিক সা সামগ্ৰী ব্যৱহাৰ কৰিছে ? বস্তাৰে পথৰ ধুলি আতৰাইছে দক্ষিণ কামৰূপত ৷

বস্তাৰে কোবাই চাফা কৰা হয় পথ
author img

By

Published : Jun 25, 2019, 3:23 PM IST

আজাৰা,25 জুন: বস্তাৰে কোবাই কোবাই পথৰ ধূলি গুচাই দক্ষিণ কামৰূপৰ পথ নির্মাণ ।দক্ষিণ কামৰূপৰ নহিৰাফুটুৰীৰ পৰা নিৰলপাৰা সংযোগী পথত বস্তাৰে কোবাই পথৰ ধূলি গুচাই এম এচ সূৰ্য্য কনস্ট্রাকচন নামৰ এটা ঠিকাদাৰ সন্থাই চলাইছে নিৰ্মাণ কাৰ্য ।

বস্তাৰে কোবাই চাফা কৰা হয় পথ

2018 বৰ্ষৰ মাৰ্চ-এপ্রিলতে কামৰূপ জিলাৰ মিৰ্জা উপ সংমণ্ডলৰ ৰাজপুখুৰী গাঁৱত আৰম্ভ কৰিছিল প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ দুটাকৈ কাম ৷ কিন্তু নিৰ্মাণ সম্পূৰ্ণ কৰাৰ ম্যাদ উকলাৰ 100 দিন পাচতো সম্পূৰ্ণ নহ'ল পথছোৱা । ইয়াৰ পৰিৱৰ্তে চপৰা চপৰকৈ খহিছে পথৰ কাষৰ মাটি । চৰকাৰী সকলো নিৰ্দেশনাক ভৰিৰে মোহাৰি বৰাকৰ এজন মন্ত্ৰীৰ আশীষপুষ্ট এম এচ সূৰ্য্য কনস্ট্রাকচনে সম্পূৰ্ণ বে-আইনী ভাৱে নিৰ্মাণ কাৰ্য চলাই গৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

Slug:-As_Kam_25june_moral_road_contraction_801-803_vis+photo+bite_as10020

অত্যাধুনিক সামগ্ৰীৰে বিভাগীয় ঠিকাদাৰ সকলে পথ নিৰ্মাণত কিমান অত্যাধুনিক সা সামগ্ৰী ব্যৱহাৰ কৰিছে ? বস্তাৰে পথৰ ধুলি আতৰাইছে দক্ষিণ কামৰূপত !

Vo .পৰিৱৰ্তন আহিল ! ডিজিটেল ইণ্ডিয়াৰ যুগত এক বিশেষ পৰিৱৰ্তন আহিল দক্ষিণ কামৰূপলৈ । ডিজিটেল ইণ্ডিয়াৰ যুগত পথ নিৰ্মানৰ এক নতুন কৌশল আহিছে দক্ষিণ কামৰূপত । বস্তাৰে কোবাই কোবাই পথৰ ধূলি গুচাই কৰিছে পথ নির্মান । হয়,এই দৃশ্য দক্ষিণ কামৰূপৰ নহিৰাফুটুৰীৰ পৰা নিৰলপাৰা সংযোগী পথৰ । কেনেদৰে বস্তাৰে কোবাই পথৰ ধূলি গুচাই এম এচ সূৰ্য্য কনস্ট্রাকচন নামৰ এটা ঠিকাদাৰ সন্থাই চলাইছে নিৰ্মান কাৰ্য্য । যি সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা শক্তিশালী গড়কাপ্টানি বিভাগেৰে ৰাইজৰ সেৱা আগবঢ়োৱাৰ সপোন দেখিছে, সেই সময়তে এই সকলৰ ঠিকাদাৰে মন্ত্ৰীৰ আশাক ভেঙুচালি কৰি চলাইছে নিৰ্মানকাৰ্য্য । এফালে মন্ত্ৰীগৰাকীয়ে ৰাইজৰ সুবিধাৰ্থে অত্যাধুনিক প্ৰযুক্তিৰে দ্ৰুত গতিত পথ নিৰ্মানৰ চেষ্টা কৰিছে আনপিনে একাংশ ঠিকাদাৰে আওপুৰণি পদ্ধতিৰে বছৰ পিছত বছৰ লগাইছে এক কিলোমিটাৰ পথ নিৰ্মাণত । 
    এইবাৰ এই ফলক দুখনলৈ মন কৰক ২০১৮ বৰ্ষৰ মাৰ্চ-এপ্রিলতে কামৰূপ জিলাৰ মিৰ্জা উপ সংমণ্ডলৰ ৰাজপুখুৰী গাঁওত আৰম্ভ কৰিছিল প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ দুটাকৈ কাম । আৰু নিৰ্মান সম্পূৰ্ণ কৰাৰ ম্যাদ উকলাৰ ১০০ দিন পিছতো সম্পূৰ্ণ নহল পথছোৱা । ইয়াৰ পৰিবৰ্তে চপৰা চাপৰিকে খহিছে পথৰ কাষৰ মাটি । চৰকাৰী সকলো নিৰ্দেশনাক ভৰিৰে মোহাৰি বৰাকৰ এজন মন্ত্ৰীৰ আছিছপুষ্ট এম এচ সূৰ্য্য কনস্ট্রাকচনে, সম্পূৰ্ণ বেআইনি ভাৱে চলাই গৈছে নিৰ্মান কাৰ্য । যাৰ বাবে নিজৰ চাকৰি বচোৱাৰ স্বাৰ্থত ঠিকাদাৰক নাকী লগাব পৰা নাই চৰকাৰী বিষয়া সকলে । 

Bite..স্থানীয় লোক ।

এতিয়া প্ৰশ্ন হয় অতি লেহেমীয়া আৰু নীতিবৰ্হিভূতভাৱে নিৰ্মান কাৰ্য্য চলোৱা এই সকল ঠিকাদৰৰ ওপৰত ব্যবস্থা গ্ৰহণ কৰিব নে বিভাগীয় মন্ত্ৰীয়ে । নে তেওঁৰ নিৰ্দেশনা বোৰ কেৱল কাগজত হে সীমিত থাকিব । মন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া এজন দক্ষ মন্ত্ৰী হিচাপে আপুনি এটা বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত ৰাজ্যৰ জনগণই সেই বিভাগৰ দ্ৰুত উন্নয়ন হোৱাৰ বহু সপোন দেখে এতিয়া সময়হে ক'ব ৰাইজৰ আশা আপুনি কিমান পূৰণ কৰে ?

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.