ETV Bharat / state

পলাশবাৰী আৰক্ষীৰ জালত গভাইট গাড়ী চোৰ

author img

By

Published : Nov 3, 2020, 10:04 PM IST

পলাশবাৰী আৰক্ষীৰ আন এক বৃহৎ সাফল্য । পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈত্যন্দ্ৰ সিং হাজাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই বাইক চুৰিৰ লগত জড়িত পুৰ্ন ৰাভা(৩৩), সুনিল ওৰাং(২৫) নামৰ দুজন লোকক পলাশবাৰীৰ লোহাৰঘাটৰ গাড়ীৰলিক আৰু ভালাখোৱাৰ পৰা গ্ৰেপ্তাৰ কৰে ।

palashbari  police caught theif
পলাশবাৰী আৰক্ষীৰ জালত গভাইট গাড়ী চোৰ

দক্ষিণ কামৰূপ,3 নৱেম্বৰঃ সঘনাই দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত গাড়ী চুৰি কাণ্ডই এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তেই সোমবাৰে পুৱতি নিশা পলাশবাৰী আৰক্ষীয়ে এক গোপন অভিযান চলাই চুৰিকাণ্ড সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈত্যন্দ্ৰ সিং হাজাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই বাইক চুৰিৰ লগত জড়িত পুৰ্ন ৰাভা(৩৩) , সুনিল ওৰাং(২৫) নামৰ দুজন লোকক পলাশবাৰীৰ লোহাৰঘাটৰ গাড়ীৰলিক আৰু ভালাখোৱাৰ পৰা গ্ৰেপ্তাৰ কৰে । লগতে ৪৬১\২০,ইউএচ ৩৭৯ আইপিচিৰ অধীনত গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে অভিযান অব্যাহত ৰাখিছে পলাশবাৰী আৰক্ষীয়ে ।

উল্লেখ্যযোগ্য যে, বিগত সময়চোৱাত বাইক চুৰি কৰি দক্ষিণ কামৰূপত এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছিল এইকেইটা গভাইট চোৰে । এই চুৰি ঘটনাৰ লগত জড়িত দুয়োটা চোৰক আৰক্ষীয়ে সোধ-পোছৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ কংগ্ৰেছে ১৫ বছৰে কৰিব নোৱাৰা কাম বিজেপিয়ে চাৰে চাৰিবছৰতে কৰিলেঃ সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.