ETV Bharat / state

পাগলদিয়া নৈৰ ৰোষত খলিহামাৰী

author img

By

Published : Jun 29, 2019, 2:23 PM IST

পগলাদিয়াৰ নৈৰ কাল ৰূপ। প্ৰতি মুহূৰ্ততে খহিছে গৰা। বিঘাই বিঘাই খেতি পথাৰ গৰা খহনীয়াৰ কৱলত পৰিছে । সৰ্বশ্ৰান্ত হৈছে বহু পৰিয়াল।

পাগলদিয়া নৈৰ ৰোষত খলিহামাৰী

হাজু, 29 জুন: পাগলাদিয়া নৈৰ ভয়ংকৰ খহনীয়াৰ কৱলত তীৰ্থ নগৰী হাজোৰ খলিহামাৰী অঞ্চল। পগলাদিয়াৰ নৈৰ কাল ৰূপ। প্ৰতি মুহূৰ্ততে খহিছে গৰা। বিঘাই বিঘাই খেতি পথাৰ গৰা খহনীয়াৰ কৱলত পৰিছে। সৰ্বশ্ৰান্ত হৈছে বহু পৰিয়াল। এতিয়া নিজৰ ভেটিৰ মাটি খিনিও নাবাছিল। এমাহৰ ভিতৰত ১৪ টাকৈ পৰিয়াল গৰাখহনীয়াৰ কৱলত অন্য ঠাইলৈ যাব লগা হ’ল ৷ গৰাখহনীয়া ৰোধৰ বাবে ৰাইজে চৰকাৰলৈ ৰৈ নাথাকি নিজেই এনেদৰে গছ কাটি ৰছিৰে বান্ধি গৰাখহনীয়া ৰোধৰ চেষ্টা চলাইছে । যিকোনো মূহুৰ্ততে হাজোৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব পাৰে খলিহামাৰী অঞ্চল।

পাগলদিয়া নৈৰ ৰোষত খলিহামাৰী
নিজ হাতে সজা আপোন ঘৰ খন ভাঙি এতিয়া অন্য ঠাইলৈ যাবলৈ ওলাইছে এইসকল লোক। কাৰণ যিকোনো সময়তে পগলাদিয়াৰ বুকুত জাহ যাব এওঁলোকৰ ঘৰ খন। নিৰ্বিকাৰ জলসম্পদ বিভাগ। নিশ্চুপ চৰকাৰ। বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ খবৰ লবলৈ আহৰি নাই। প্ৰতিবছৰে এইদৰে পগলাদিয়াৰ বুকুত জাহ যায় ঘৰ বাৰী খেতি পথাৰ এইবাৰও বাৰিষা আহিছে এইবাৰো যাবগৈ। বান নিয়ন্ত্ৰণ গৰাখহনীয়া ৰোধত ব্যৰ্থ জলসম্পদ বিভাগ। কোনে বুজিব এওঁলোকৰ মৰ্ম বেদনা। আহৰি নাই চৰকাৰৰ ৷

Intro:VISUALS SEND BY wrap app
29.06.19
Slug- HAJO- KHALIHAMARI FLOOD EROSION

Script- পাগলদিয়া নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত তীৰ্থ নগৰী হাজোৰ খলিহামাৰী অঞ্চল। পগলাদিয়াৰ নৈৰ কাল ৰূপ। প্ৰতি মুহূৰ্ততে খহিছে গৰা। বিঘাই বিঘাই খেতি পথাৰ গল। সৰ্বশ্ৰান্ত হল বহু পৰিয়াল। এতিয়া নিজৰ ভেটিৰ মাটি খিনিও নাবাছিল। এমাহৰ ভিতৰত ১৪ টাকৈ পৰিয়াল গৰাখহনীয়াৰ কবলত অন্য ঠাইলৈ গ`ল ।গৰাখহনীৰা ৰোধৰ বাবে ৰাইজে চৰকাৰলৈ ৰৈ নাথাকি নিজেই এনেদৰে গছ কাটি ৰছিৰে বান্ধি গৰাখহনীয়া ৰোধৰ চেষ্টা চলাইছে । যিকোনো মূহুৰ্ততে হাজোৰ মানচিত্ৰ পৰা নাইকীয়া হব পাৰে খলিহামাৰী অঞ্চল।.কাৰণ প্ৰকৃতিয়ে জানো বুজে ! নিজ হাতে সজা আপোন ঘৰ খন ভাঙি এতিয়া অন্য ঠাইলৈ যাব ওলাইছে এইসকল লোক । কাৰণ যিকোনো সময়তে পগলাদিয়াৰ বুকুত জাহ যাব এওঁলোকৰ ঘৰ খন। নিৰ্বিকাৰ জলসম্পদ বিভাগ। নিশ্চুপ চৰকাৰ। বিধায়িকা সুমন হাৰিপ্ৰিয়াৰ খবৰ লবলৈ আহৰি নাই। প্ৰতিবছৰে এইদৰে পগলাদিয়াৰ বুকুত জাহ যায় ঘৰ বাৰী খেতি পথাৰ এইবাৰও বাৰিষা আহিছে এইবাৰো যাবগৈ। পিছে... জলসম্পদ নামৰ বিভাগটো ক`ত আছে!!! বান নিয়ন্ত্ৰণ গৰাখহনীয়া ৰোধত ব্যৰ্থ জলসম্পদ বিভাগ। কোনে বুজিব এওঁলোকৰ মৰ্ম বেদনা। নাই, আহৰি নাই কাৰোৰে..Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.