ETV Bharat / state

বকোত জাপানীজ এনকেফেলাইটিছৰ আতংক - জাপানীজ এনকেফেলাইটিছ

চাৰু ৰাভা নামৰ 75 বছৰীয়া মহিলা এগৰাকী আক্ৰান্ত জাপানীজ এনকেফেলাইটিজ ৰোগত । বিগত ৬ আগষ্টৰ পৰা গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতালত চিকিৎসাধীন মহিলাগৰাকী

বকোত জাপানীজ এনকেফেলাইটিছৰ আতংক
author img

By

Published : Aug 11, 2019, 5:43 PM IST

কামৰূপ, 11 আগষ্টঃ বকো কাইঠপাৰাত জাপানীজ এনকেফেলাইটিছৰ আতংক । চাৰু ৰাভা নামৰ 75 বছৰীয়া মহিলা এগৰাকী আক্ৰান্ত জাপানীজ এনকেফেলাইটিজ ৰোগত । বিগত ৬ আগষ্টৰ পৰা গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতালত চিকিৎসাধীন মহিলাগৰাকী । বৰ্তমানলৈ সংকটমুক্ত নহয় চাৰু ৰাভা ।

আনহাতে, গাঁৱখনত স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিজৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৷ যাৰ বাবে শংকিত হৈ পৰিছে অঞ্চলবাসী ৷

Intro:Body:বকো কাইঠপাৰাত জাপানীজ এনকেফেলাইটিছৰ আতংক। চাৰু ৰাভা(৭৫) নামৰ মহিলা এগৰাকী আক্ৰান্ত জাপানীজ এন কে ফেলাইটিজ ৰোগত। যোৱা ৬ আগষ্টৰ পৰা গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতালত চিকিৎসাধীন মহিলাগৰাকী। বৰ্তমানলৈ সংকটমুক্ত নহয় চাৰু ৰাভা। গাঁৱখনত স্বাস্থ্য বিভাগে লোৱা নাই জাপানীজ এন কে ফেলাইটিজ ৰোগ নিৰ্মূলৰ ব্যৱস্থা।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.