ETV Bharat / state

হাজোত ভংয়কৰ পথ দুৰ্ঘটনাঃ নিহত এজন

author img

By

Published : Mar 3, 2020, 5:28 PM IST

হাজোৰ হাবলাখাতত সংঘটিত ভংয়কৰ পথ দুৰ্ঘটনা এগৰাকী লোক নিহত হোৱাৰ লগতে আহত হয় আন এগৰাকী লোক ৷ আহত লোকগৰাকীক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ ৷

ভংয়কৰ পথ দুৰ্ঘটনা
ভংয়কৰ পথ দুৰ্ঘটনা

হাজো, 3 মাৰ্চঃ হাজোৰ হাবলাখাতত সংঘটিত হয় ভংয়কৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় চৰব আলী নামৰ এজন লোক ৷ হাবলাখা কলনী চুপাৰ পৰা হাবলাখাত মথাউৰি দিশে তীব্ৰ বেগে অহা বাইকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দেবেন বৈশ্য নামৰ এগৰাকী লোক ৷ আঘাতপ্ৰাপ্ত দেবেন বৈশ্যক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ ৷

হাজোৰ হাবলাখাতত ভংয়কৰ পথ দুৰ্ঘটনা

লগতে পঢ়কঃ বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২,আহত ১২ জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.