ETV Bharat / state

বকোত শৰাইঘাট এক্সপ্ৰেছৰ খুন্দা নিহত এজন

বকোৰ শিংৰাস্থিত ৰেল পথত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় ৷ ৰে'লৰ খুন্দাত এজন বয়োজ্যেষ্ঠ লোক থিতাতে নিহত হয় । নিহত লোকজন নাম 80 বছৰীয়া জগত দাস বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ লোকজনৰ ঘৰ খলিহা উজানপাৰাত।

author img

By

Published : Apr 9, 2021, 2:03 PM IST

বকোত শৰাইঘাট এক্সপ্ৰেছৰ খুন্দা নিহত এজন
বকোত শৰাইঘাট এক্সপ্ৰেছৰ খুন্দা নিহত এজন

বকো, 9 এপ্ৰিল : বকোৰ শিংৰাস্থিত ৰেল পথত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয় ৷ ৰে'লৰ খুন্দাত এজন বয়োজ্যেষ্ঠ লোক থিতাতে নিহত হয় । নিহত লোকজন নাম 80 বছৰীয়া জগত দাস বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ লোকজনৰ ঘৰ খলিহা উজানপাৰাত ।

লোকজনে ৰেল পথৰ সমীপত কাম কৰিবলৈ যোৱা সময়তে সংঘটিত হয় এই অঘটন । ৰে'ল লাইন অতিক্ৰম কৰিবলৈ যাওঁতে শৰাইঘাট এক্সপ্ৰেছৰ খুন্দা নিহত হয় লোকজন । ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় ৰাইজে প্ৰত্যেক্ষ কৰি তাৎক্ষণিকভাৱে বকো আৰক্ষীক খবৰ দিয়ে । বকো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.