ETV Bharat / state

SI কেলেংকাৰীৰ তদন্ত: মিৰ্জাত NSUIৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Oct 2, 2020, 4:53 PM IST

SI কেলেংকাৰী সন্দৰ্ভত দোষীক উচিত শাস্তি প্ৰদানৰ দাবীৰে শুকুৰবাৰে পলাশবাৰী সমষ্টিৰ মিৰ্জাত NSUIৰ প্ৰতিবাদ ৷ কেলেংকাৰীৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

NSUI protest
মিৰ্জাত NSUIৰ তীব্ৰ প্ৰতিবাদ

আজাৰা, 2 অক্টোবৰ: ৰাজ্যৰ শেহতীয়া SI কেলেংকাৰী সন্দৰ্ভত দোষীক উচিত শাস্তি প্ৰদানৰ দাবীৰে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ পলাশবাৰী সমষ্টিৰ মিৰ্জাতো শুকুৰবাৰে কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ।

মিৰ্জাত NSUIৰ তীব্ৰ প্ৰতিবাদ

ৰাজ্যিক আৰু কামৰূপ NSUIৰ তৰফৰ পৰা ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জগৰীয়া কৰি তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনোৱাৰ লগতে এই কেলেংকাৰীৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰাৰ দাবী উত্থাপন কৰে ৷ ইফালে প্ৰতিবাদস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

লগতে পঢ়ক: কেলেংকাৰীৰ কথা কোৱাৰ পূৰ্বে ৰিপুন বৰাই নিজৰ ইতিহাসটো চাওক : পদ্ম হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.