ETV Bharat / state

ৰে'ল বিভাগৰ বিশেষ দলঃ কি কৰিব এই দলটোৱে? - ফ'গ দিতনেতাৰ

প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ নিয়োগ কৰা হৈছে 1600 কৰ্মচাৰীৰে এটা বিশেষ দল । এই দলটো সম্পূৰ্ণ আধুনিক প্ৰযুক্তিৰ সষ্টম থাকিব যিকোনো পৰিস্থিতিৰেই মোকাবিলা কৰিবলৈ ৷ উত্তৰ পূৰ্বাঞ্চল , পশ্চিমবংগ আৰু বিহাৰৰ মুঠ 6400 কিলোমিটাৰ ৰেল পথত নিৰীক্ষণ কৰিব এই দলটোৱে ।

N F RAILWAY
author img

By

Published : May 21, 2019, 7:01 PM IST

গুৱাহাটী , 21 মে' : বিগত 2017-18 বৰ্ষত বানে ৰে'লপথ আৰু দলঙৰ ক্ষতিসাধন কৰাৰ বাবে কেইবাদিনো বহিঃ ৰাজ্যৰ লগত সংযোগ বিছিন্ন হৈ পৰিছিল অসম তথা উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনস্থ অঞ্চলসমূহৰ । এনে অচলাৱস্থাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেল বিভাগে লৈছে এই বিশেষ পদক্ষেপ ৷ বাৰিষা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ আৰু ৰে'ল লাইনৰ কাষত খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ তহলদাৰী দল নিয়োগ কৰিছে উত্তৰ পূব সীমান্ত ৰে'লৱে ।

প্ৰাকৃতিক দুৰ্যোগেৰে মোকাবিলা কৰিবলৈ উঃপূঃসীমান্ত ৰেলৱেৰ বিশেষ দল

Intro:EXCLUSIVE

উত্তৰ পূব সীমান্ত ৰেলৰ বিশেষ পদক্ষেপ । এতিয়াৰ পৰা আৰু অধিক সুৰক্ষিত হব ৰেল যাত্ৰা । বাৰিষা কালত সংঘটিত হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ , আৰু ৰেল পাতি খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ তহলদাৰী দল নিয়োগ উত্তৰ পূব ৰেলৰ ।

Body:বিগত দুবছৰত বাৰিষাৰ কালত সাথেষ্ট সতীৰ সিন্মূখীন হবলগীয়া হৈছে উত্তৰ পূব সীমান্ত ৰেল । যাৰ বাবে চলিত বৰ্ষত যাতে কোনো ধৰণৰ ক্ষয় সতী বা অসুবিধাৰ সন্মুখীন হব হবলগীয়া নহয় তাৰ বাবে নিয়োগ কৰা হৈছে ১৬০০ লোকৰ এটা বিশেষ দল । এই দলটো সম্পূৰ্ণ আধুনিক প্ৰযুক্তিৰ আহিলাৰে শস্তম থাকিব যত যিকোনো প্ৰৰিস্থিতিৰে মুকামিলা কৰাৰ লগতে ৰেল সমূৰ যাত্ৰা আৰু অধিক সুৰক্ষিত কৰিব তুলিব । উত্তৰপূৰ্বাঞ্চ , পশ্চিমবঙ্গ আৰু বিহাৰৰ সৰ্বমুঠ ৬৪০০ কিলোমিটাৰ ৰেল পথত নিৰীক্ষণ কৰিব এই দলটোৱে ।

এই বিশেষ তহলদাৰী দলটোৰ হাতত থাকিব
# GPS ট্রেকাৰ
# ফ'গ দিতনেতাৰ
# ৱাকি টকী
# আৰু বহু অত্যধুনিক আহিলা
Vo- বিগত 2017 - 18 বৰ্ষত প্ৰাকৃতিক দুৰ্যোগৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল ৰেল বিভাগ । বানপানীয়ে কেবাখনো ৰেল পথ আৰু দলং উটুৱাই নিয়াৰ বাবে কেইবাদিনো বহিঃ ৰাজ্যৰ লগত সংযোগ বিছিন্ন হৈ পৰিছিল উত্তৰপূৰ্বাঞ্চৰ । এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ ৰাখি ৰেল বিভাগে লৈছে এই বিশেষ পদক্ষেপ ।

Byte: Pranav Jyoti Sharma
CPRO, NF Railway
Conclusion:এই বিশেষ দলটো ২৪ ঘণ্টা ধৰি ৰেল পথ সমূহ অক্টোবৰৰ ১৫ তাৰিখলৈ নিৰীক্ষণ কৰিব ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.