ETV Bharat / state

জিম খোলা দিয়াৰ বাবে চৰকাৰক আহ্বান 'মিষ্টাৰ ইউনিভাৰ্ছ' গোলাপ ৰাভাৰ

author img

By

Published : May 29, 2020, 7:40 PM IST

'মিষ্টাৰ ইউনিভাৰ্ছ'ৰ খিতাপ দখলকাৰী গোলাপ ৰাভাৰ চৰকাৰলৈ এক বিশেষ আহ্বান । চৰকাৰক জিমসমূহ খোলা দিয়াৰ বাবে আহ্বান 'মিষ্টাৰ ইউনিভাৰ্ছ' গৰাকীৰ ।

Mr. Universe Golap Rabha request to Open Gym during Lock Down
জিম খোলা দিয়াৰ বাবে চৰকাৰক আহ্বান 'মিষ্টাৰ ইউনিভাৰ্ছ' গোলাপ ৰাভাৰ

কামৰূপ,29 মেঃ 'মিষ্টাৰ ইউনিভাৰ্ছ'ৰ খিতাপ দখলকাৰী গোলাপ ৰাভাৰ চৰকাৰলৈ এক বিশেষ আহ্বান । চৰকাৰক জিমসমূহ খোলা দিয়াৰ বাবে আহ্বান 'মিষ্টাৰ ইউনিভাৰ্ছ' গৰাকীৰ । লক ডাউনৰ বাবে শৰীৰ চৰ্চা কেন্দ্ৰসমূহ বন্ধ ৰখাৰ বাবে বিশেষ অসুবিধাৰ সন্মুখীন হৈছে শৰীৰ চৰ্চাবিদ সকলৰ লগতে জিমৰ কৰ্মকৰ্তা । সেয়েহে পৰৱৰ্তী সময়ত চৰকাৰে লক ডাউন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিলে জিমসমূহ খোলা ৰখাৰ বাবে এক সংবাদমেলযোগে আহ্বান জনাইছে 'মিষ্টাৰ ইউনিভাৰ্ছ' গোলাপ ৰাভাই ।

'মিষ্টাৰ ইউনিভাৰ্ছ' গোলাপ ৰাভাৰ লক ডাউনত জিম খোলা দিয়াৰ বাবে আহ্বান

লগতে পঢ়ক-গোৱালপাৰাত বানে সৰ্বস্বান্ত কৰিছে সাধাৰণ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.