ETV Bharat / state

থাইলেণ্ডৰ পৰা দ্বীপজ্যোতি বড়োই আজুৰি আনিলে মিষ্টাৰ ইউনিভাৰ্চ খিতাপ

থাইলেণ্ডত শৰীৰ চৰ্চাবিদ দ্বীপজ্যোতি বড়োৱে লাভ কৰিলে মিষ্টাৰ ইউনিভাৰ্চ খিতাপ । গৃহভূমিত উপস্থিত হোৱাৰ পিচতে বিভিন্ন দল সংগঠন তথা ৰাইজে উষ্ম আদৰণি জনায় দ্বীপজ্যোতিক ৷

ETV BHARAT
মিষ্টাৰ ইউনিভাৰ্চ দ্বীপজ্যোতি বড়ো
author img

By

Published : Dec 4, 2019, 8:42 PM IST

Updated : Dec 4, 2019, 10:13 PM IST

বকো, 4 ডিচেম্বৰঃ শৰীৰ চৰ্চা প্ৰতিযোগিতাত পুনৰ উজ্বলি উঠিল অসমৰ যুৱক । বকো জালুকবাৰীৰ শৰীৰ চৰ্চাবিদ দ্বীপজ্যোতি বড়োৱে লাভ কৰিলে মিষ্টাৰ ইউনিভাৰ্চ খিতাপ ।

মিষ্টাৰ ইউনিভাৰ্চ দ্বীপজ্যোতি বড়ো

যোৱা ৩০ নৱেম্বৰত থাইলেণ্ডৰ পাটায়া চহৰত আয়োজিত শৰীৰ চৰ্চা প্ৰতিযোগিতাত ৯০ কেজি শাখাত দ্বীপজ্যোতি বড়োৱে মিষ্টাৰ ইউনিভাৰ্চ সন্মান লাভ কৰা লগতে মিষ্টাৰ এছিয়া সন্মান লাভ কৰিবলৈ সক্ষম হয় । থাইলেণ্ডৰ পৰা বুধবাৰে গৃহভূমিত উপস্থিত হোৱাৰ পিছতে বিমান বন্দৰৰ পৰা দ্বীপজ্যোতি বড়োক অনুৰাগী, ৰাইজ, তথা দল-সংগঠনে বিপুলভাৱে আদৰণি জনাই । বকো জালুকবাৰীৰ ধ্বজেন বড়ো আৰু বিমলা বড়োৰ সন্তান দ্বীপজ্যোতি বড়োৰ সুনামে বকো অঞ্চলৰ ৰাইজক গৌৰৱান্বিত কৰিছে । প্ৰথমে স্ব-গৃহ উপস্থিত হোৱাৰ পিছতে আদিপাঠ পঢ়া জালুকবাৰী প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয় শৰীৰ চৰ্চাবিদগৰাকী । বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰাৰ পিছতে গাঁৱখনৰ শিৱ মন্দিৰলৈ আদৰি আনে ৰাইজে । তেখেতৰ উপস্থিতিত ৰাইজে মন্দিৰত আদৰণি সভা অনুষ্ঠিত কৰে ।

Intro:Body:শৰীৰ চৰ্চা প্ৰতিযোগিতাত পুনৰ উজ্বলি উঠিল অসমৰ যুৱক। বকো জালুকবাৰীৰ শৰীৰ চৰ্চাবিদ দ্বীপজ্যোতি বড়োৱে লাভ কৰিলে মিষ্টাৰ ইউনিভাৰ্চ খিতাপ। যোৱা ৩০ নৱেম্বৰত থাইলেণ্ডৰ পাটায়া চহৰত আয়োজিত শৰীৰ চৰ্চাৰ প্ৰতিযোগিতাত ৯০ কেজি শাখাত দ্বীপজ্যোতি বড়োৱে মিষ্টাৰ ইউনিভাৰ্চ সন্মান লাভ কৰা লগতে মিষ্টাৰ এছিয়া সন্মান লাভ কৰিবলৈ সক্ষম হয়। থাইলেণ্ডৰ পৰা আজি (বুধবাৰে) গৃহভূমিত উপস্থিত হোৱাৰ পিছতে বিমান বন্দৰৰ পৰা শৰীৰ চৰ্চাবিধ গৰাকীক অনুৰাগী, ৰাইজ, দল-সংগঠনে বিপুলভাৱে আদৰণি জনাই। বকো জালুকবাৰীৰ ধ্বজেন বড়ো আৰু বিমলা বড়োৰ সন্তান দ্বীপজ্যোতি বড়োৰ সুনামে বকো অঞ্চলৰ ৰাইজক গৌৰাম্বিত কৰে। প্ৰথমে স্ব-গৃহ উপস্থিত হোৱাৰ পিছতে আদিপাঠ পঢ়া জালুকবাৰী প্ৰাথমিক বিদ্যালয়ত উপস্থিত হয় শৰীৰ চৰ্চাবিদগৰাকীয়ে। বিদ্যালয়ত কন কন ছাত্ৰ-ছাত্ৰী লগত মত বিনিময় কৰাৰ পিছতে গাঁৱখনৰ শিৱ মন্দিৰলৈ আদৰি আনে ৰাইজে। মন্দিৰত আদৰণি সভাও অনুষ্ঠিত কৰা হয়।

BYTE_দিব্যজ্যোতি বড়ো, শৰীৰ চৰ্চাবিদ ।Conclusion:
Last Updated : Dec 4, 2019, 10:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.