ETV Bharat / state

বিমানবন্দৰত প্ৰধানমন্ত্ৰীক সাক্ষাৎ সাংসদ নৱ শৰণীয়াৰ - MP Nava Sarania visited PM Modi at Airport

বিটিআৰৰ বিজয় উৎসৱলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বৰঝাৰ বিমানবন্দৰত সাক্ষাৎ কৰে সাংসদ নৱ শৰণীয়াই ৷ এফালে বিটিআৰৰ বিজয় উল্লাস আনফালে বিটিআৰত বাস কৰা ৭০ শতাংশ অবড়ো লোকৰ মনৰ ভাষা চৰকাৰে আওকাণ কৰা বাবে দুখ প্ৰকাশ নৱ শৰণীয়াৰ ৷ প্ৰধানমন্ত্ৰী মোডীক বৰঝাৰ বিমানবন্দৰত কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে সাংসদ শৰণীয়াই ৷

বিটিআৰৰ বিজয় উৎসৱ
বিজয় উৎসৱলৈ প্ৰধানমন্ত্ৰী
author img

By

Published : Feb 7, 2020, 4:37 PM IST

আজাৰা,7 ফেব্ৰুৱাৰীঃ বিটিআৰৰ বিজয় উৎসৱলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বৰঝাৰ বিমানবন্দৰত সাক্ষাৎ কৰে সাংসদ নৱ শৰণীয়াই ৷ এফালে বিটিআৰৰ বিজয় উল্লাস আনফালে বি টি আৰত বাস কৰা ৭০ শতাংশ অবড়ো লোকৰ মনৰ ভাষা চৰকাৰে আওকাণ কৰা বাবে দুখ প্ৰকাশ নৱ শৰণীয়াৰ ৷ অবড়ো লোকসকলৰ গাওঁ কৰ্তন, ৰাজনৈতিক সুৰক্ষা, জনজাতিকৰণৰ কথা নভবাকৈ বিটিআৰ ঘোষণা কৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷

বিজয় উৎসৱলৈ প্ৰধানমন্ত্ৰী

আনহাতে,প্ৰধানমন্ত্ৰী মোডীক বৰঝাৰ বিমানবন্দৰত কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে সাংসদ শৰণীয়াই ৷ অবড়ো লোক সকলৰ সা-সুবিধা তথা সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীক আহ্বান জনায় নৱ শৰণীয়াই । অহা ১২ ফ্ৰেব্ৰুৱাৰীত বিটিআৰৰ অন্তৰ্গত বিভিন্ন অবড়ো দল-সংগঠনৰ সৈতে গুৱাহাটীত ৰাজ্য চৰকাৰৰ এক বৈঠক অনুষ্ঠিত হ’ব ৷ উক্ত বৈঠকত পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে শীঘ্ৰে আলোচনাত মিলিত হ’বলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাব সাংসদগৰাকীয়ে ৷ বিমানবন্দৰত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি এই মন্তব্য প্ৰকাশ কৰে সাংসদ নৱ শৰণীয়াই ৷

বিটিআৰৰ বিজয় উৎসৱ

লগতে চাওকঃঅসম-বংগ সীমান্তত বৃহৎ পৰিমাণৰ চিলিণ্ডাৰ জব্দ যোগান বিভাগৰ

Intro:সাংসদ নৱ শৰনীয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ ।Body:Ocvo..সাংসদ নৱ শৰনীয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ বৰঝাৰ বিমানবন্দৰত । এফালে BTRৰ বিজয়উল্লাহ উৎসৱলৈ মোডীক স্বাগতম আনফালে BTRত বাস কৰা ৭০শতাংশ অবড়ো লোকসকলোৰ কথা চৰকাৰে নুশুনা বাবে দুখ প্ৰকাশ নৱ শৰনীয়াৰ । ৭০শতাংশ অবড়ো লোকৰ গাও কৰ্তন,ৰাজনৈতিক সুৰক্ষা,ST SC কৰণৰ কথা নভবাকৈ BTR ঘোষণা কৰাৰ বাবে দুখ প্ৰকাশ সাংসদ নৱ শৰনীয়াৰ । আজি বৰঝাৰ বিমানবন্দৰত কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে নৰেন্দ্ৰ মোডীক । BTRত বসবাস কৰা ৭০ শতাংশ অবড়ো লোকসকলোৰ নানা সা সুবিধা তথা সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীক আহ্বান জনালে নৱ শৰনীয়াই । অহা ১২ ফ্ৰেব্ৰুৱাৰীত BTRৰ অন্তৰ্গত বিভিন্ন অবড়ো দল-সংগঠনৰ সৈতে ৰাজ্য চৰকাৰৰ এক বৈঠক অনুস্থিত হ'ব গুৱাহাটীত ।
সেইদিনাই এই বৈঠকত তেওলোকৰ পৰৱৰ্তী কাৰ্যসুচীসমুহ আলোচনা কৰা হ'ব লগতে গৃহমন্ত্ৰী অমিত চাহৰ সৈতে অতিসীঘ্ৰে আলোচনাত মিলিত কৰাবৰ বাবে ৰাজ্যচৰকাৰক অনুৰোধ জনাব । BTRৰ বিজয়উল্লাহ উৎসৱক নৱ শৰনীয়াই আদৰণী জনাইছে যদিও বিগত সময়ত অবড়ো লোকৰ কথা শুনা নাছিল বাবে দুখ প্ৰকাশ কৰে সাংসদগৰাকীয়ে । Conclusion:বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰি এই মন্তব্য কৰে সাংসদ নৱ শৰনীয়াই ।

Bite..নৱ শৰনীয়া ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.