ETV Bharat / state

সুস্থ হোৱাৰ দিশে এভাৰেষ্ট আৰোহণকাৰী তৰুণ শইকীয়া

চিকিৎসাধীন অৱস্থাত তৰুণ শইকীয়াক সাহস দিছিল তেওঁৰ অসংখ্য গুণমুগ্ধই । অসমলৈ উভতিয়ে ৰাইজৰ আশীৰ্বাদৰ বাবে ধন্যবাদ দিয়ে তৰুণ শইকীয়াই । বৰ্তমান তেওঁ কিছু দুৰ্বল যদও স্বাস্থ্যৰ অৱস্থাৰ উন্নতি ঘটিছে বুলি জানিব পৰা গৈছে ৷

author img

By

Published : May 7, 2019, 9:57 AM IST

ক্ৰমাৎ সুস্থ হৈ উঠিছে এভাৰেষ্ট আৰোহনকাৰী তৰুণ শইকীয়া

আজাৰা,৭ মে' : দিল্লীৰ পৰা চিকিৎসা গ্ৰহণ কৰি অসমলৈ উভতিল অসমৰ প্ৰথমগৰাকী এভাৰেষ্ট আৰোহণকাৰী তৰুণ শইকীয়া । ২০০৮ চনত এভাৰেষ্ট আৰোহণ কৰি হিমালয়ৰ শিখৰত তৰুণ শইকীয়াই গৌৰৱেৰে ৰাষ্ট্ৰীয় পতাকা আৰু গামোচা উৰুৱাইছিল । উল্লেখ্য যে, অক্সিজেন অবিহনে শুকুলা এভাৰেষ্টৰ শিখৰ বগাইছিল এইগৰাকী ক্ৰীড়াবিদে । কিন্তু হঠাৎ অসুস্থ হৈ পৰিছিল অসমক গৌৰাৱান্বিত কৰা তৰুণ শইকীয়া । দুয়োটা কিডনী বিকল হৈ পৰিছিল দুঃসাহসিক ক্ৰীড়াবিদগৰাকীৰ ।

ক্ৰমাৎ সুস্থ হৈ উঠিছে এভাৰেষ্ট আৰোহনকাৰী তৰুণ শইকীয়া

সেই সময়ত চিকিৎসাধীন অৱস্থাত তৰুণ শইকীয়াক সাহস দিছিল তেওঁৰ অসংখ্য গুণমুগ্ধই । অসমলৈ উভতিয়ে ৰাইজৰ আশীৰ্বাদৰ বাবে ধন্যবাদ দিয়ে তৰুণ শইকীয়াই । বৰ্তমান তেওঁ কিছু দুৰ্বল যদও স্বাস্থ্যৰ অৱস্থাৰ উন্নতি ঘটিছে বুলি জানিব পৰা গৈছে ৷

Slug:-As_kam_6may_mounteer_tarun_saikia_801_vis+bite+photo_as10020

সুস্থ হৈ নিজ ঘৰলৈ উভতিল তৰুন শইকীয়া ।

Vo...সুস্থ হৈ অসমলৈ উভতিল এভাৰেষ্ট আৰোহনকাৰী তৰুন শইকীয়া । ২০০৮ চনত এভাৰেষ্ট আৰোহন কৰি এভাৰেষ্টৰ শিখৰত তৰুন শইকীয়াই ৰাষ্ট্ৰীয় পতাকা আৰু অসমীয়া গামোছা উৰুৱাইছিল । অক্সিজেন অবিহনে শুকুলা এভাৰেষ্টৰ শিখৰ বগাইছিল তৰুন শইকীয়াই । কিন্তু অসমক গৌৰাম্বিত কৰা তৰুন শইকীয়া হঠাৎ হৈ পৰিছিল অসুস্থ । দুয়োটা কিডনী(বৃক্ক) বিকল হৈ পৰিছিল দুঃসাহসিক ক্ৰীৰাবিদ গৰাকী । জীৱনৰ ওচৰত হাৰ মানিব নোখোজা তৰুণ শইকীয়াক সেই সময়তে কাষ চাপিছিল অসমবাসীৰ লগতে শুভকাংশীসকল । আৰু দিল্লীত চিকিৎসাধীন হৈ থকা তৰুন শইকীয়াক সেই সংগই গোটাছিল সাহস । যাৰ বাবে সুস্থ হৈ নিজ গৃহলৈ উভতিল তৰুন শইকীয়া । শাৰীৰিকভাৱে তেও কিছু দুৰ্বল যদিও এতিয়া তেও সুস্থ হৈ উভতিছে যাৰ বাবে আত্মীয়ৰ লগতে শুভকাংশীসকলোৰ মাজতো বৈছে সুখৰ বন্যা । অসমলৈ উভতিয়ে সকলো ৰাইজৰ আশীৰ্বাদৰ বাবে ধন্যবাদ দিয়ে তৰুন শইকীয়াই ।

Bite..তৰুন শইকীয়া ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.