ETV Bharat / state

আমিনগাঁওত এ টি এম কাৰ্ডৰ দ্বাৰা ধন হৰলুকি দুষ্ট চক্ৰৰ - etv bharat assam

এ টি এম কাৰ্ড হেক কৰি 80 হাজাৰ টকা হৰলুকি কৰিলে অপৰাধীয়ে ৷ মোবাইলত এচ এম এচ পাই মূৰে-কপালে হাত দিছে ভুক্তভোগী কুমুদ চন্দ্ৰ দাসে ৷

আমিনগাঁওত এটিএম কাৰ্ডৰ দ্বাৰা ধন হৰলুকি দুষ্ট চক্ৰৰ
author img

By

Published : May 11, 2019, 2:55 PM IST

গুৱাহাটী, 11 মে': এ টি এম কাৰ্ড ব্যৱহাৰ কৰিলে সাৱধান হও্​ক ! আপুনি গম নোপোৱাকৈয়ে আপোনাৰ একাউন্টৰ পৰা হৰলুকি হ'ব পাৰে আপোনাৰ কষ্টোপাৰ্জিত ধন ৷ কাৰণ ৰাজ্যত সক্ৰিয় হৈ উঠিছে চাইবাৰ অপৰাধী ৷

আমিনগাঁওত এটিএম কাৰ্ডৰ দ্বাৰা ধন হৰলুকি দুষ্ট চক্ৰৰ

এইবাৰ চাইবাৰ অপৰাধীৰ জালত পৰিল আমিনগাঁৱৰ কুমুদ চন্দ্ৰ দাস নামৰ এজন যুৱক ৷ কুমুদৰ এ টি এম কাৰ্ড হেক কৰি চাইবাৰ অপৰাধীয়ে লুটি নিলে নগদ 80 হাজাৰ টকা ৷ জানিব পৰা মতে পাঁচ বাৰ ধন লেন-দেনেৰে যুৱকজনৰ একাউন্টটোত থকা সমুদায় ধন দুষ্ট চক্ৰই উলিয়াই নিয়ে ৷ ইপিনে ভুক্তভোগী কুমুদে মোবাইলত এচ এমএচ পাইহে নিজৰ একাউন্টৰ পৰা দুষ্ট চক্ৰই ধন উলিয়াই নিয়াৰ বিষয়ে অৱগত হয় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কুমুদে আমিনগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বেংকলৈও সন্দেহৰ আঙুলি টুঁৱাইছে কুমুদ চন্দ্ৰ দাসে ৷

*SLUG= AMINGAON ATM  CYBER CRIME*

👉🏾আমিনগাও STATE BANK OF INDIA ত  চাঞ্চল্য ।
👉🏾ATM ৰ দ্বাৰা হৰলুকি গ্ৰাহকৰ ধন ।
👉🏾৮০ হাজাৰ টকা হৰলুকি কৰিলে অপৰাধীয়ে ।
👉🏾মোবাইলত SMS পাই মূৰে কপালে হাত দিলে গ্ৰাহকে ।
👉🏾আমিনগাও আৰক্ষী চকীত গোচৰ গ্ৰাহকৰ ।
👉🏾বেংকলৈও সন্দেহৰ আঙুলি ।

SCRIPT= আপুনি ATM কাৰ্ড ব্যৱহাৰ কৰে নেকি ?? যদি কৰে তেনেহ'লে আপুনি সাৱধান হওঁক !!  আপুনি গম নোপোৱাকৈয়ে আপোনাৰ একাউন্টৰ পৰা হৰলুকি হ'ব পাৰে আপোনাৰ কষ্টোপাৰ্জিত ধন । কাৰণ ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে চাইবাৰ অপৰাধী । এইবাৰ চাইবাৰ অপৰাধীৰ জালত পৰিল আমিনগাৱৰ এজন যুৱক । যুৱকজনৰ ATM কাৰ্ড হেক কৰি চাইবাৰ অপৰাধীয়ে লুটি নিলে নগদ ৮০ হাজাৰ টকা । ৫ টা TRANSCTION ত একাউন্টটোত থকা সমুদায় ধন উলিয়াই নিলে দুষ্ট চক্ৰই ।

বাইট-(১)-ভূক্তভোগী গ্ৰাহক ।
         (২)-বেংক শাখা প্ৰৱন্ধক

*VISUAL SEND BY MAIL*
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.