ETV Bharat / state

বকোত মহোহো উদযাপন - ভালুকঘাটা সত্ৰ

ভালুকঘাটা সত্ৰত পালন মহখেদা উৎসৱ অথবা মহোহো ৷ শুকান কলপাতেৰে ভালুক বনাই লাঠী লৈ মূৰত ধানখেৰৰ পাগুৰী মাৰি এই উৎসৱ উদযাপন কৰা হয় ৷

mohoho celebration in boko assam etv bharat news
বকোত মহোহো উদযাপন
author img

By

Published : Dec 31, 2020, 3:33 PM IST

বকো,31 ডিচেম্বৰ : বকোৰ ভালুকঘাটা সত্ৰত পুহৰ পূৰ্ণিমাত পালন কৰে মহখেদা উৎসৱ অথবা মহোহো ৷ অতি পুৰণি এই প্ৰথা সম্প্ৰতি বিলুপ্তিৰ পথত ৷ শুকান কলপাতেৰে ভালুক বনাই লাঠী লৈ মূৰত ধানখেৰৰ পাগুৰী মাৰি এই উৎসৱ উদযাপন কৰা হয় ৷

বকোত মহোহো উদযাপন

উল্লেখ্য যে, বিগত 20 বছৰৰ পাছত বুধবাৰে নিশা ভালুকঘাটাৰ সত্ৰৰ একাংশ যুৱকে মানুহৰ ঘৰে ঘৰে গৈ মহোহো উৎসৱ পালন কৰে ৷ মহোহো পালন কৰি লাভ কৰা ধনেৰে মাঘৰ উৰুকাত ভোজ খাই আনন্দ-স্ফূৰ্তি কৰে যুৱকসকলে ৷

লগতে চাওকঃ নগাঁৱত ঠিকনা হেৰুৱাব নেকি কণ কণ পোৱালীৰে সৈতে দুস্প্ৰাপ্য বৰটোকোলাৰ পৰিয়ালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.