ETV Bharat / state

মূল্যবৃদ্ধি ৰোধ,সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে মিৰ্জাত প্ৰতিবাদ

author img

By

Published : Nov 17, 2020, 10:53 PM IST

চিটু (CITU)ৰ দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু সাংবাদিক মিলন মহন্তৰ আক্ৰমণকাৰীক কৰায়ত্ব কৰাৰ দাবীত সাব্যস্ত কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷

As_kam_mirza_CITU_protest_img_as10020
মূল্যবৃদ্ধি ৰোধ, সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে মিৰ্জাত প্ৰতিবাদ

দক্ষিণ কামৰূপ, 17 নৱেম্বৰঃ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু সাংবাদিক মিলন মহন্তৰ আক্ৰমণকাৰীক কৰায়ত্ব কৰাৰ দাবীত মিৰ্জাত প্ৰতিবাদ ৷ চিটু (CITU)ৰ দক্ষিণ কামৰূপ জিলা সমিটিৰ উদ্যোগত প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । সাংবাদিকগৰাকীৰ আক্ৰমণকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ ইয়াৰ উপৰিও ৰাজ্যত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাবে দেশজুৰি আহ্বান কৰা ধৰ্মঘট কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনায় চিটু (CITU)য়ে ৷

এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত পলাশবাৰী চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷ আনহাতে,মিৰ্জাৰ মনিয়েৰী তিনিআলিতো সন্মিলিত তিনিআলি সংঘৰ উদ্যোগত আন এক প্ৰতিবাদী সভাৰ অনুষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক-দেশৰ ভিতৰতে সৰ্বাধিক কিৱি উৎপাদনৰ দিশে অৰুণাচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.