ETV Bharat / state

ভাৰতীয় ৰে'লৰ মানচিত্ৰত সন্নিবিষ্ট হ'ব মঙ্গলদৈ ! - মহা স্বাস্থ্য মেলাৰ উদ্ধোধনি অনুষ্ঠান

ভাৰতীয় ৰে'লৰ মানচিত্ৰত মঙ্গলদৈক সন্নিবিষ্ট কৰাৰ দাবী পূৰণৰ আশ্বাস দিলীপ শইকীয়াৰ ৷ বাইহাটা চাৰিআলিত অনুষ্ঠিত মহা স্বাস্থ্য মেলাৰ উদ্ধোধনী অনুষ্ঠানত এই ঘোষণা সাংসদগৰাকীৰ ৷ মঙ্গলদৈত সৰু সৰু উদ্যোগ স্থাপনৰ কথাও ঘোষণা কৰে সাংসদগৰাকীয়ে ৷

প্ৰতিশ্ৰুতি পূৰণৰ আশ্বাস সাংসদ দিলীপ শইকীয়াৰ
author img

By

Published : Aug 17, 2019, 8:26 PM IST

কামৰূপ, 17 আগষ্টঃ ভাৰতীয় ৰে'লৰ মানচিত্ৰত মঙ্গলদৈক সন্নিবিষ্ট কৰাৰ যি দাবী আছিল সেয়া আগন্তুক দিনত ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিয়ে মঙ্গলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । বাইহাটা চাৰিআলিৰ কমলপুৰৰ আঠগাৱত বানপীড়িত সকলৰ বাবে আয়োজন কৰা মেগা স্বাস্থ্য মেলা উদ্ধোধন কৰি এইকথা ব্যক্ত কৰে সাংসদ গৰাকীয়ে ৷ ইয়াৰোপৰি জিলা স্বাস্থ্য সমিতি কামৰূপৰ উদ্যোগত অনুষ্ঠিত কৰা মহা স্বাস্থ্য মেলাৰ উদ্ধোধনি অনুষ্ঠানত মঙ্গলদৈৰ বিভিন্ন অঞ্চলত সৰু সৰু উদ্যোগ স্থাপনৰ যি সংকল্প আছিল সেয়াও আগন্তুক দিনত ৰূপায়ণৰ লগতে বাইপাছৰ বাবে কৰি অহা মঙ্গলদৈৰ দীৰ্ঘদিনীয়া দাবীও সাংসদ গৰাকীয়ে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ লগতে চৰকাৰৰ এনেয়ে পৰি থকা ভূমি সমূহৰ সৎ ব্যৱহাৰৰ বাবে চিন্তা চৰ্চা কৰি থকা বুলি উল্লেখ কৰে সাংসদ দিলীপ শইকীয়াই ।

Intro:Baihata Kamalpur Mega Health Camp

V/O:---ভাৰতীয় ৰেলৰ মানচিত্ৰত মঙ্গলদৈক সন্নিবিষ্ট কৰাৰ যি দাবী আছিল সেয়া আগন্তুক দিনত ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মঙ্গলদৈ লোক সভা সমষ্টীৰ সাংসদ দিলীপ শইকীয়াই । ইয়াৰোপৰি বাইপাছৰ বাবে কৰি অহা মঙ্গলদৈৰ দীৰ্ঘদিনীয়া দাবীও সেয়াও পূৰণ হোৱাৰ দিশত । বাইহাটা চাৰিআলিৰ কমলপুৰৰ আঠগাৱত বানপীড়িত সকলৰ বাবে আয়োজন কৰা মেগা স্বাস্থ্য মেলা উদ্ধোধন কৰি এইদৰে ব্যক্ত কৰে সাংসদ গৰাকীয়ে । ইয়াৰোপৰি মঙ্গলদৈ বিভিন্ন অঞ্চলত সৰু সৰু উদ্যোগ স্থাপনৰ যি সংকল্প আছিল সেয়াও আগন্তুক দিনত ৰূপায়ণ কৰা হব বুলি উল্লেখ কৰে ।
Byte:---
V/O:---- চৰকাৰৰ পৰি থকা ভূমি সমূহৰ সৎ ব্যৱহাৰৰ বাবে চিন্তা চৰ্চা কৰি থকা বুলি উল্ল্েখ কৰে সাংসদ দিলীপ শইকীয়াই ।
Byte:---
V/O:---- জিলা স্বাস্থ্য সমিতি কামৰূপৰ উদ্যোগত অনুষ্ঠিত কৰা মহা স্বাস্থ্য মেলাৰ উদ্ধোধনি অনুষ্ঠানত সভপতিত্ব কৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে । স্বাস্থ্য মেলাত সকলো বিভাগৰ চিকিৎসকৰ দ্বাৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ কথা উল্লেখ কৰে সঞ্চালক গৰাকীয়ে ।
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.