ETV Bharat / state

কৰ’ণা ভাইৰাছ: সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কামৰূপ জিলা পৰিৱহণ বিভাগৰ

author img

By

Published : Mar 21, 2020, 5:57 PM IST

কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত কামৰূপ জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয়ত দেখা গ’ল বিশেষ তৎপৰতা ৷ কাৰ্যালয়লৈ অহা প্ৰতিজন লোকে মাস্ক পৰিধান কৰাৰ লগতে হাত ধুৱাটো বাঞ্চনীয় ৷

Kamrup district transport department takes precaution for COVID 19
কৰ’ণা ভাইৰাছ আতংকঃসতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কামৰূপ জিলা পৰিৱহণ বিভাগৰ

কামৰূপ,21 মাৰ্চঃ কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কামৰূপ জিলা পৰিৱহণ বিভাগৰ ৷ কামৰূপ জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয়ত দেখা গ’ল বিশেষ তৎপৰতা ৷ কাৰ্যালয়লৈ অহা প্ৰতিজন লোকে মাস্ক পৰিধান কৰাৰ লগতে হাত ধুৱাটো বাঞ্চনীয় ৷ আনহাতে, আগন্তুক 31 মাৰ্চলৈ ড্ৰাইভিং লাইচেঞ্চলৰ কাম কাজ বন্ধ ৰাখিছে কামৰূপ জিলা পৰিৱহণ বিভাগে ৷ ইয়াৰ উপৰিও যত্ৰীবাহী বাহনসমূহ পৰিষ্কাৰ-পৰিছন্ন কৰি ৰখাৰ লগতে বাহন সমূহে চেনিটাইজাৰ,সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই সেইয়া পৰ্যবেক্ষণ কৰিছে পৰিৱহণ বিষয়াৰ দলে ৷ সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ নকৰা বাহনৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ’ব বিহিত ব্যৱস্থা ৷

লগতে পঢ়ক-নগাঁৱৰ গোমোঠাগাঁৱত ভয়াৱহ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.