ETV Bharat / state

সাৱধান! পথ আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ জৰিমনা বিহা সমিতি - বৈঠক

নতুন যান-বাহন আইন কাৰ্যকাৰী কৰাৰ বাবে কামৰূপ জিলা পৰিবহণ বিষয়াৰ উচ্চস্তৰীয়া বৈঠক । বৰ্ধিত নিৰিখৰ জৰিমনা বিহাৰ বাবে জিলা পৰিবহণ বিষয়াৰ পথ সুৰক্ষা সমিতিৰ বৈঠক ।

সাৱধান! পথ আইন ভংগকাৰীৰ বিৰুদ্ধে জৰিমণা
author img

By

Published : Sep 7, 2019, 5:36 PM IST

কামৰূপ, 7 চেপ্তেম্বৰঃ পথ আইন ভংগকাৰীৰ বিৰুদ্ধে জৰিমনা বিহিবলৈ শক্তিশালী সমিতি গঠন ৷ জিলা পৰিবহন বিষয়া কাৰ্যালয়ে গঠন কৰিলে এই সমিতি । কামৰূপ জিলা উপায়ুক্ত কাৰ্যলয়ত গঠিত হ'ল জৰিমনা বিহাৰ উচ্চস্তৰীয়া শক্তিশালী সমিতি । আৰক্ষী জিলা প্ৰশাসন আৰু পৰিবহণ বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰে গঠণ কৰা হ'ল জৰিমনা বিহা সমিতি । অতিৰিক্ত আৰক্ষী অধীক্ষক জিলা উপায়ুক্ত আৰু জিলা পৰিবহণ বিষয়াই আলোচনামৰ্মে গঠন কৰে এই সমিতি ৷ পথ আইন ভংগকাৰী সকলক জৰিমনা বিহাৰ সময়ত কোনোধৰণৰ আইনশৃংখলা জনিত পৰিস্থিতি উদ্ভৱ ন'হবলৈ এই পদক্ষেপ জিলা পৰিবহণ বিষয়াৰ ।

সাৱধান! পথ আইন ভংগকাৰীৰ বিৰুদ্ধে জৰিমণা

কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে সংবাদ মাধ্যমক সম্বোধন কৰি দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰভাবে যান-বাহন আইন জিলাখনত বলবৎ কৰাৰ কথাও সদৰি কৰে ।

Intro:নতুন যান বাহন আইন কাৰ্যকাৰী কৰাৰ বাবে কামৰূপ জিলা পৰিবাহন বিষয়াৰ উচ্চস্তৰীয়া বৈঠক।বৰ্ধিত নিৰিখৰ
জৰিমনা বিহাৰ বাবে জিলা পৰিবাহন বিষয়াৰ পথ সুৰক্ষা
সমিতিৰ বৈঠক।

Body:পথ আইন ভাংগকাৰীৰ বিৰুদ্ধে জৰিমনা বিহিবলৈ শক্তিশালী সমিতি গঠন জিলা পৰিবাহন বিষয়া কাৰ্যালয়ৰ
।কামৰূপ জিলা উপায়ুক্ত কায্যলয়ত গঠিত হ'ল জৰিমনা বিহাৰ উচ্চস্তৰীয়া শক্তিশালী সমিতি।আৰক্ষী জিলা প্ৰশাসন আৰু পৰিবাহন বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰে গঠিত কৰা হল জৰিমনা বিহা সমিতিৰ।
অতিৰিক্ত আৰক্ষী অধীক্ষক জিলা উপায়ুক্ত আৰু জিলা পৰিবাহন বিষয়াই আলোচনামৰ্মে গঠন কৰে এই সমিতি।
পথ আইন ভংগকাৰি সকলক জৰিমনা বিহৰ সময়ত কোনোধৰণৰ আইনশৃংখলা জনীত পৰিস্থিতি উদ্ভন নহবলৈ এই পদক্ষেপ জিলা পৰিবাহন বিষয়াৰ।

Conclusion:কামৰূপ জিলা পৰিবাহন বিষয়া গৌতম দাসে সংবাদ মাধ্যমক সম্বোধন কৰি দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰ ভাবে যান বাহন আইন জিলাখনত বলবৎ কৰাৰ কথাও সদৰী কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.