ETV Bharat / state

ছয়গাঁৱৰ কলহী নৈত মহিলাৰ সলিল সমাধি - এন ডি আৰ এফে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান

কলহী নৈত গা ধুবলৈ গৈছিল দুৰ্ভগীয়া মহিলাগৰাকী ৷

ছয়গাঁৱৰ কলহী নৈত মহিলাৰ সলিল সমাধি
author img

By

Published : Sep 3, 2019, 3:16 PM IST

ছয়গাঁও,3 ছেপ্তেম্বৰ:

  • ছয়গাঁৱৰ পূৱ মাকেলিত অঘটন
  • কলহী নৈত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী মহিলাৰ
  • নিহত মহিলাগৰাকীৰ নাম মীৰা কলিতা
    ছয়গাঁৱৰ কলহী নৈত মহিলাৰ সলিল সমাধি
  • ঘটনাস্থলীত উপস্থিত হয় ছয়গাঁও আৰক্ষীৰ এটি দল
  • এন ডি আৰ এফে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান

ছয়গাঁও,3 ছেপ্তেম্বৰ:

  • ছয়গাঁৱৰ পূৱ মাকেলিত অঘটন
  • কলহী নৈত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী মহিলাৰ
  • নিহত মহিলাগৰাকীৰ নাম মীৰা কলিতা
    ছয়গাঁৱৰ কলহী নৈত মহিলাৰ সলিল সমাধি
  • ঘটনাস্থলীত উপস্থিত হয় ছয়গাঁও আৰক্ষীৰ এটি দল
  • এন ডি আৰ এফে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান
Intro:ছয়গাঁৱৰ পূৱ মাকেলিত মঙলবাৰে পুৱা কলহী নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে মীৰা কলিতা নামৰ এগৰাকী মহিলাৰ ৷Body:ছয়গাঁও ৩ আগষ্ট : ছয়গাঁৱৰ পুৱ মাকেলিত মঙলবাৰে পুৱা সংঘটিত হয় এক অঘটন ৷ পুৱা কলহী নৈত গা ধুৱলৈ গৈ সন্ধানহীন হৈ পৰে মীৰা কলিতা নামৰ এগৰাকী ৩২ বছৰীয়া মহিলা ৷ জানিবপৰমতে মহিলা গৰাকীয়ে ঘৰৰ সন্মুখৰ কলহী নৈত পুৱাই গা ধুবলৈ গৈছিল ৷ বহুসময় ধৰি মহিলা গৰাকী ঘূৰি নহাত বিচাৰ খোচাৰ লাগে পৰিয়ালত ৷ পিচত নৈত উটি যোৱাৰ সন্দেহ কৰি নাৱেৰে নৈত সন্ধান কৰে স্থানীয় লোকে ৷ ঘটন সন্দৰ্ভত ছয়গাঁও আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ছয়গাঁও আৰক্ষীৰ এটি দল ৷ ইফালে এন ডি আৰ এফৰ এটি দল উপস্থিত হৈ মহিলাগৰাকীৰ সন্ধানত কলহীৰ বুকুত উদ্ধাৰ অভিযানত নামি পৰিছে যদিও এই প্ৰতিবেদন প্ৰেৰণ কৰাৰ সময়লৈকে মহিলা গৰাকীৰ সন্ধান পোৱা হোৱা নাই ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.