ETV Bharat / state

আমিনগাঁৱত অৱহেলিত মহাবীৰ চিলাৰায় - silarai park pathetic condition

জহি-খহি গৈছে আমিনগাঁৱৰ মহাবীৰ চিলাৰায় উদ্যান ৷ খবৰ ল'বলৈ আজৰি নাই চৰকাৰ-জাতীয় সংগঠনৰ ৷

আমিনগাঁৱত অৱহেলিত মহাবীৰ চিলাৰায়
author img

By

Published : Sep 9, 2019, 7:06 PM IST

আমিনগাঁও, 9 ছেপ্তেম্বৰ: মহানগৰীৰ আমিনগাঁৱত অৱহেলিত হৈ পৰি ৰৈছে জাতীয় বীৰ চিলাৰায় ৷ জহি খহি গৈছে বীৰ চিলাৰায় উদ্যানত থকা চিলাৰায়ৰ প্ৰতিমূৰ্তি ৷ প্ৰাক্তন মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনতে মুকলি হোৱা এই উদ্যানখনৰ চোৱা-চিতাৰ দায়িত্বত আছিল গেমন ইণ্ডিয়া কিন্তু বৰ্তমানে কামৰূপ জিলা প্ৰশাসনে উদ্যানখনৰ চোৱা-চিতা কৰিবলৈ আৰম্ভ কৰা পাছৰে পৰা উদ্যানখন কদৰ্যময় পৰিৱেশলৈ গতি কৰিছে৷ মানুহৰ প্ৰশ্ৰাৱ কৰা স্থানলৈ পৰিৱৰ্তন হোৱা এই উদ্যানখনত এতিয়া দিনে পোহৰে বহে মদ আৰু জুৱাৰ ডাঙৰ আড্ডা৷ হাবি জংঘলে আৱৰি থকা বীৰ চিলাৰায়ৰ মূৰ্তি আৰু উদ্যানখনৰ লেতেৰা দুৰ্গন্ধময় পৰিৱেশ দেখিও চকু মুদা কুলিৰ ভাওত কামৰূপ জিলা প্ৰশাসন ৷ এতিয়া প্ৰশ্ন হয় কেৱল চিলাৰায় দিৱসৰ দিনাহে বীৰ গৰাকীৰ চোৱা-চিতা কৰি দায়িত্ব সামৰে নেকি কোঁচ ৰাজবংশী সংগঠন সমূহে ? এই দৃশ্য দেখাৰ পাছত কামৰূপ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

জহি-খহি গৈছে আমিনগাঁৱৰ মহাবীৰ চিলাৰায় উদ্যান

Intro:Slug : amingaon bir cilarya park durobosta.

👉 অৱহেলিত মহাবীৰ চিলাৰায়।

👉 জহি খহি গৈছে বীৰ চিলাৰায় উদ্যান।

👉হাবি-জংঘলেৰে ভৰি পৰিছে উদ্যান।

👉ছাৱলৈ সময় নাই চৰকাৰ তথা জাতীয় দল সংগঠনৰ।

👉নিৰ্বিকাৰ ভূমিকা জাতীয় দল সংগঠনৰ চৰকাৰ প্ৰশাসন।

।Body:Script:- শৰাইঘাত চুড়ান্ত অপমান মহাবীৰ চিলাৰায়ক এই খন কামৰূপ জিলাৰ আমিনগাঁও
থকা মহাবীৰ চিলাৰায় উদ্যান তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেশ বাসীৰ বাবে মুকলি কৰিছিল উদ্যান খন। বৰ্তমান মদ জুৱা, পছাব গাৰ দৰে অনৈতিক কামৰ ঘাটিলৈ পৰিণত হৈছে চিলাৰায় উদ্যান।কেওফালে কেৱল হাবি জংঘল আৰু লেতেৰা দুর্ঘণ্ড মই পৰিবেশ। নিৰ্বিকাৰ ভূমিকা জাতীয় দল সংগঠনৰ চৰকাৰ প্ৰশাসন।
এই সকলোবোৰ দেখিও চকুমুদা
কুলিৰ ভাৱত কামৰূপ জিলা প্ৰশাসন।বিগত কেইবাবছৰ ধৰি এই উদ্যান খনৰ চোৱা চিতাৰ দায়িত্ব আছিল গেমন ইণ্ডায়া বৰ্তমান চোৱা চিতা কৰিছে কামৰূপ জিলা প্ৰশাসনে।
Conclusion:এতিয়া প্ৰশ্ন হয় কেৱল চিলাৰায় দিৱসৰ দিনটোত বীৰ গৰাকী চোৱা চিতা কৰি দায়ত্ব সামৰেহ কোচ ৰাজবংশী সংগঠন সমূহে।
মহাবীৰ গৰাকীক অপমান কৰা ঘটনায় লজ্জিত কৰিছে অসম বাসীক।এই দৃশ্য দেখাৰ পিছত কামৰূপ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সময়হে কৱ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.