ETV Bharat / state

কমলপুৰ চিকিৎসালয় ছীল কামৰূপ জিলা প্ৰশাসনৰ - বাইহাটা চাৰিআলিৰ কমলপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়

কামৰূপ জিলা প্ৰশাসনে ছীল কৰিলে কমলপুৰ চিকিৎসালয় ৷ এগৰাকী এম্বুলেঞ্চ চালকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাচতে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

Kamalpur model hospital sealed by district administration
কমলপুৰ চিকিৎসালয় ছীল কৰিলে কামৰূপ জিলা প্ৰশাসনে
author img

By

Published : Jul 29, 2020, 7:15 PM IST

কামৰূপ, 29 জুলাই : বাইহাটা চাৰিআলিৰ কমলপুৰৰ একমাত্ৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খন দুদিনৰ বাবে ছীল কৰিছে জিলা প্ৰশাসনে । এগৰাকী এম্বুলেঞ্চ চালকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাচতে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কমলপুৰ চিকিৎসালয় ছীল কামৰূপ জিলা প্ৰশাসনৰ

শেহতীয়াকৈ বৃহত্তৰ কমলপুৰত 122 জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰাত কমলপুৰতো এই ৰোগক লৈ শংকিত হৈ পৰিছে কমলপুৰীয়া ৰাইজে । 24 জুলাইৰ পৰা স্বাস্থ্য বিভাগে কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা কৰিছে । ৰাজ্যখনৰ আন আন প্ৰান্তৰ লগতে কমলপুৰতো বিপদজনকভাৱে বৃদ্ধি পাইছে ক'ভিড-19 ৰোগীৰ সংখ্যা ।

লগতে পঢ়ক : লক ডাউনঃ শিৱসাগৰত হ্ৰাস পাইছে পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.