ETV Bharat / state

সাতগাঁও গাঁও পঞ্চায়তত প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ

author img

By

Published : Nov 4, 2020, 1:06 PM IST

কমলপুৰ সমষ্টিৰ অন্তৰ্গত বোৰ্কা সাতগাঁও গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনক লৈ ব্য়াপক খেলিমেলি ৷ পঞ্চায়ত প্ৰাঙ্গনত প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত মহিলাই ৷

Kamalpur Arunoday Scandle
সাতগাঁও গাঁওপঞ্চায়তত প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ

বাইহাটা,4 নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনক লৈ চলি আছে ব্য়াপক খেলিমেলি । অনুৰূপ ঘটনা সংঘটিত হ'ল বাইহাটা চাৰিআলিৰ কমলপুৰৰ ওচৰৰ পানীটেমাত । কমলপুৰ সমষ্টিৰ অন্তৰ্গত বোৰ্কা সাতগাঁও গাঁওপঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত খেলি মেলি হোৱাৰ অভিযোগ উত্থাপন কৰে একাংশ মহিলাই ৷

Kamalpur Arunoday Scandle
সাতগাঁও গাঁও পঞ্চায়তত প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ

ক্ষোভিত মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে পঞ্চায়ত প্ৰাঙ্গনত । হিতাধিকাৰী নিৰ্বাচনত যোগ্যজনক বঞ্চিত কৰাৰো অভিযোগ উত্থাপন হয়। বিধৱা,অবিবাহিতা আৰু বিশেষ ভাৱে সক্ষম মহিলাকো হিতাধিকাৰীৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগ আনিছে মহিলা সকলে । সেয়েহে যোগ্যজনক হিতাধিকাৰী হিচাপে নিৰ্বাচন কৰাৰ দাবী জনায় প্ৰতিবাদী মহিলাই ৷

লগতে পঢ়ক: ছিপাঝাৰত গাঁও পঞ্চায়তৰ সভানেত্ৰীক গ্ৰেপ্তাৰৰ দাবীত অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.